Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
শিলচৰত একেলগে চাৰি ঠাইত জল বিস্ফোৰণ
ETVBHARAT
Follow
7 months ago
শিলচৰ: ভয়ংকৰ জল বিস্ফোৰণ হোৱাৰ পিছতেই কৃত্ৰিম বানত বুৰিল শিলচৰ চহৰ । চহৰখনত একেলগে চাৰি ঠাইত শনিবাৰে সংঘটিত হৈছে জল বিস্ফোৰণৰ ঘটনা । চহৰখনৰ চাৰিটা স্থানত একেলগে জলজীৱন মিছনৰ পাইপ ফুটি এই জল বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । শিলচৰৰ ইণ্ডিয়া ক্লাব, ট্ৰাংক ৰোড, পি ডব্লিউ ডি ৰোড, পাৰ্ক ৰোডত এই জল বিষ্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । হঠাতে হোৱা জল বিস্ফোৰণৰ ফলত জলমগ্ন হৈ পৰে ৰাজপথ । ফলত চহৰখনত তীব্ৰ যানজঁটৰ সৃষ্টি হয় । এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "জলজীৱন মিছনৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হৈছে । চহৰখনৰ ইণ্ডিয়া ক্লাব, ট্ৰাংক ৰোড, পি ডব্লিউ ডি ৰোড,পাৰ্ক ৰোডত পানীৰ পাইপ ফাটি যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।" লগতে পঢ়ক:খাৰঘূলিৰ জল বিস্ফোৰণ : ৪ টা পৰিয়াললৈ ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ - PIPELINE BURSTS IN KHARGHULI
Category
🗞
News
Be the first to comment
Add your comment
Recommended
3:54
|
Up next
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
10 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
6 months ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
10 months ago
3:48
২০২৬ চনৰ আগতে অসমত বিজেপি চৰকাৰ পতন হ'ব: ৰকিবুল হুছেইন
ETVBHARAT
10 months ago
3:41
ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী
ETVBHARAT
10 months ago
3:12
পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ সিদ্ধান্ত বুথ পৰ্যায়ত লোৱা হ'ব; মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
10 months ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
2 days ago
1:53
মাজুলী বনগাঁৱত সদৌ অসম ভিত্তিত দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
ETVBHARAT
10 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
10 months ago
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
10 months ago
3:30
হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতিত আঘাত কৰিছে; থলুৱা পিঠা প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল এগৰাকী মহিলাৰ অনুভৱ
ETVBHARAT
10 months ago
4:37
সুকুমাৰ মেধিক প্ৰফেচৰ অৱ প্ৰেক্টিছ সন্মান প্ৰদান
ETVBHARAT
3 months ago
3:15
মুছলপুৰত এইবাৰ ফুলিব বিজেপিৰ পদুম: দৃঢ় বিজেপিৰ প্ৰাৰ্থী
ETVBHARAT
2 months ago
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5 months ago
2:43
পৰ্যটনৰ ক্ষেত্ৰত ধেমাজিত সুচনা হ’ব নতুন দিগন্ত
ETVBHARAT
10 months ago
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
7 months ago
1:52
ক'লাজল নৈয়ে প্ৰাণ ল'লে তিনি ছাত্ৰৰ, বৰ্তমানো নৈৰ বুকুত সন্ধানহীন এজন
ETVBHARAT
5 months ago
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
7 months ago
3:34
হোটেল কৰ্মচাৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ; এজনক হত্যা
ETVBHARAT
3 months ago
3:13
আজি বড়োলেণ্ড বেআইনী অস্ত্ৰৰ পৰা মুক্ত : প্ৰমোদ বড়ো
ETVBHARAT
2 months ago
3:30
ଚେନ୍ନାଇରେ ଜଲଓ୍ୱା ଦେଖାଇବେ ଓଡିଶା ମାଷ୍ଟର ଆଥଲେଟ୍, ରାଜ୍ୟ ପାଇଁ ଆଣିବେ ମେଡାଲ
ETVBHARAT
7 hours ago
6:19
ଇନୋଭେସନ୍ ଓ ଷ୍ଟାର୍ଟଅପ୍, ଟପ୍-5 ପ୍ରକଳ୍ପ ପ୍ରସ୍ତୁତକାରୀ ବିଦ୍ୟାର୍ଥୀ ପାଇଲେ ଲକ୍ଷେ ଟଙ୍କା ଲେଖାଏଁ ପ୍ରୋତ୍ସାହନ ରାଶି
ETVBHARAT
7 hours ago
2:37
୫୪ ବର୍ଷ ପରେ ବି ଆଖିରୁ ଶୁଖିନି ଲୁହ, କେନ୍ଦ୍ରାପଡ଼ା ଓକିଲପାଳ ଗାଁରେ ବାତ୍ୟା ପୀଡ଼ିତଙ୍କୁ ସମୂହ ପିଣ୍ଡଦାନ
ETVBHARAT
7 hours ago
2:54
ମିଳିନଥିଲା ଗ୍ରୀନ ସିଗନାଲ, ପେଣ୍ଠ ଠାରେ ଇକୋ ରିଟ୍ରିଟ ନିର୍ମାଣ ଅଟକିଲା ବନ ବିଭାଗ
ETVBHARAT
8 hours ago
4:24
कार्यकाल खत्म होने से पहले बीजेपी बोर्ड का बड़ा दांव, ईसी के प्रस्तावों से साधे समाज और चुनावी समीकरण!
ETVBHARAT
8 hours ago
Be the first to comment