Skip to playerSkip to main content
  • 2 days ago
সৰুপথাৰ: বয়স যিমানেই নহওক, ভোটাধিকাৰ সাব্যস্ত কৰিবই । বৃহস্পতিবাৰে সৰুপথাৰ বিধানসভা সমষ্টিৰ যোৰহটীয়া গাঁৱৰ শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত উপস্থিত হয় এগৰাকী বৃদ্ধা ।মহিলাগৰাকীয়ে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত উপস্থিত থাকি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি পুনৰবাৰ প্ৰমাণিত কৰে যে সজাগতাৰ আগত বয়স কেৱল মাথোঁ এটা সংখ্যাহে ৷ ভোটকেন্দ্ৰত মহিলাগৰাকীৰ উপস্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।শাৰীৰিক দুৰ্বলতা তথা বয়সক নেওচা দি ৭৫ বছৰ অতিক্ৰম কৰা ইন্দ্ৰেশ্বৰী বৰুৱা বৃহস্পতিবাৰে দিনৰ ভাগত ভোটকেন্দ্ৰত উপস্থিত হয় । সৰুপথাৰ সমষ্টিৰে চাংপুল গাঁৱৰ বাসিন্দা এই বৃদ্ধাগৰাকীৰ মনৰ উৎসাহে কেন্দ্ৰটোত উপস্থিত থকা অন্যান্য ভোটাৰসকলৰ মাজত এক ইতিবাচক প্ৰভাৱ পেলায় ৷লগতে পঢ়ক: বিয়লি ৫ বজালৈ লখিমপুৰ জিলাত ৮৫ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ

Category

🗞
News
Transcript
00:12yea
00:12we can get some salt
00:13ok
00:13but we can't eat
00:15ok
00:15ok
00:15ok
00:16ok
00:17ok
00:17ok
00:17ok
00:17ok
00:18ok
00:20ok
00:20ok
00:21ok
00:21ok
00:21ok
00:21ok
00:22ok
00:22ok
00:29ok
00:29What's your name?
00:31What's your name?
00:34What's your name?
Comments

Recommended