Skip to playerSkip to main content
  • 2 days ago
নলবাৰী: খহনীয়াৰ কবলত পৰিছে নলবাৰী জিলাৰ এটা অঞ্চল । জিলাখনৰ দক্ষিণ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ সূঁতিত চপৰা-চপৰে গৰা খহিছে । যাৰ ফালত অঞ্চলবাসী আতংকিত হৈ পৰিছে । জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশালত খহনীয়াই তীব্ৰৰূপ ধাৰণ কৰিছে । ​এই খহনীয়াৰ ফলত দৌলাশালৰ এটা অঞ্চলৰ লগতে মথাউৰিটোৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । বৃহস্পতিবাৰে খহনীয়া স্থানত উপস্থিত হয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা । ​বিধায়কগৰাকীয়ে খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয় । পৰিদৰ্শন কালত বিধায়ক নাৰায়ণ ডেকাই খহনীয়া ৰোধৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে । ​ইফালে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে উক্ত স্থানত ১৫০০ মিটাৰ জুৰি এক বিশেষ খহনীয়া ৰোধক আঁচনি ৰূপায়ণ কৰা হ’ব বুলিও বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে ।লগতে পঢ়ক: আমি কেনেকৈ বাচিলো গমেই নাপালো... ! আশ্ৰয় শিবিৰৰ পৰা উভতি আহি বন্য়াৰ্তৰ আৰ্তনাদ

Category

🗞
News
Transcript
00:00This is a great honor.
00:03We are so much to build a lot of leaders in the area,
00:08which has been very much to come through the work of the government.
00:14We are all the others,
00:18we are all the people who are in the area of power.
00:20We are all the people who are in the area of energy.
00:24foreign
00:55I haven't been able to get into theガード in this country, but I have been able to get into the
01:02city of the city.
01:04Have you seen the city of the city in the city of Puri Vek?
01:09Yes, I do.
01:11We are looking forward to the times of the day,
01:12and we are very happy.
01:16We are very happy to see what we have done.
01:20But this is our own city.
01:24We have not been able to work with our work.
01:28We are not able to work with our work.
01:30We are not able to work with our work.
01:32We are not able to work with this work.
01:34We are able to work with this work.
01:35Do you think there's a lot of information about this?
01:40No, I don't know.
01:41If we do this, we can do it.
01:43We can do it.
01:44We can do it.
01:46We can do it.
01:48We can do it.
01:52I don't know if we can do it.
01:55Do you know how to connect?
01:57No, I don't know if we can do it.
02:05We can do it.
02:07We can do it.
02:10We can do it.
02:11We can do it.
02:15We can do it.
02:16It's done.
02:19The impact of the positive impact.
Comments

Recommended