Skip to playerSkip to main content
  • 40 minutes ago
জনিয়া : সৰ্বভাৰতীয় NEET-২০২৬ পৰীক্ষাত উজলিল কলগাছিয়াৰ আজমল ছুপাৰ ৪০ । সদ্যঘোষিত সৰ্বভাৰতীয় নীট ইউজিৰ পুনৰ পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ শিক্ষাৰ্থীৰ সফলতা দেখি আনন্দিত লৈ পৰিছে শিক্ষক, কৰ্তৃপক্ষ ততা আন ছাত্ৰ-ছাত্ৰীসকলো ৷শিক্ষানুষ্ঠানখনৰ পৰা এইবেলি সফল হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত শীৰ্ষস্থান দখল কৰে ৰঙীয়াৰ জয়নুৰ আলীয়ে । তেওঁ ৭২০ নম্বৰৰ ভিতৰত ৬২৬ নম্বৰ লাভ কৰি অনুষ্ঠানখনলৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে । এগৰাকী শিক্ষকে কয়, ‘‘যোৱা বৰ্ষত এই শিক্ষানুষ্ঠানৰ পৰা মাত্ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে NEET পৰীক্ষাত উত্তীৰ্ণ হৈছিল । কিন্তু এইবেলি সেই সংখ্যা বৃদ্ধি পাই ২৪ জনলৈ উন্নীত হৈছে । আমি বহু আনন্দিত হৈছো ৷’’শিক্ষানুষ্ঠানখনত অধ্যয়নৰত এগৰাকী ছত্ৰীয়ে কয়, ‘‘আমাৰ অগ্ৰজসকলৰ এই সফলতা দেখি বৰ আনন্দিত হৈছো ৷ দাদা-বাইদেউসকলে কৰাৰ দৰে আমিও পৰীক্ষাত সফল হ’বলৈ পাৰিম বুলি বিশ্বাস আহিছে ৷’’লগতে পঢ়ক : সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...লগতে পঢ়ক : বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ

Category

🗞
News
Transcript
00:00It's a great day.
00:01Today, we have a lot of challenges and a lot of challenges.
00:08We have a lot of the students who have been in the last year.
00:13We have a lot of knowledge.
00:17We have a lot of support,
00:20all faculty and non-teaching staff.
00:24We have been in the past and staff and mentors.
00:25We support them 24-7.
00:32We have to make them any way,
00:34that we have been a regular class.
00:39We should do this with the self-study discipline.
00:45We would have helped us.
00:50We have had a great day.
00:59This is the second year of 24 students.
01:04This is the main campus of Azmal Superfoti.
01:06This is the main campus of Azmal Superfoti.
01:32This is the main campus of Azmal Superfoti.
01:37This is the main campus of Azmal Superfoti.
01:48This Hospital is the main campus.
02:19Thank you very much.
02:49Thank you very much.
03:20Thank you very much.
Comments

Recommended