Skip to playerSkip to main content
  • 4 minutes ago
উত্তৰ গুৱাহাটী : নদীৰ মাজত এজন অসহায় লোক । পানীৰ মাজত ককবকাই থকা লোকজন যিকোনো মুহূৰ্তত ডুব যাব পানীত । সহায়ৰ বাবে চিঞৰিছে লোকজনে । কিন্তু নদীৰ মাজত আবদ্ধ লোকজনক উদ্ধাৰ কৰিব কোনে ? এই খবৰ লাভ কৰিয়েই ঘটনাস্থলীত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনক ৷এয়া আচলতে ভাৰতীয় সেনাবাহিনীৰ এক সজাতামূলক প্ৰদৰ্শনীহে । পানীৰ মাজত আবদ্ধ লোকক কিদৰে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পাৰি সেই সন্দৰ্ভত দেওবাৰে আই আই টি গুৱাহাটীৰ পুখুৰীত এক মকড্ৰিল ৰূপায়ণ কৰা হয় । ভাৰতীয় সেনা আৰু SDRF, NDRFৰ প্ৰচেষ্টাত "জল ৰাহত" শীৰ্ষক বানপানীৰ সুৰক্ষামূলক এই মকড্ৰিলত পানীৰ মাজত আবদ্ধ লোকক কেনেদৰে উদ্ধাৰ কৰিব পৰা যায়, সেই সন্দৰ্ভত এই প্ৰদৰ্শন কৰা হয় ।সেনা বিষয়া এগৰাকীয়ে কয়, ‘‘বাৰিষা সমাগত ৷ আমি এই মকড্ৰিল কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ ইয়াৰ দ্বাৰা সাধাৰণ লোক আৰু শিক্ষাৰ্থীসকল উপকৃত হ’ব ৷’’ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে শেহতীয়াকৈ উদ্ধাৰ কাৰ্যত ড্ৰোণৰো ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে সেনা বিষয়াগৰাকীয়ে ।লগতে পঢ়ক : নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ উভতি নাহিল শিক্ষক, ৯ দিন ধৰি নাই কোনো সন্ধানলগতে পঢ়ক : তীব্ৰবেগী বলেৰ’ৰ খুন্দাত নিহত দুজন যুৱক, কাকপথাৰত ৰাইজৰ প্ৰতিবাদ

Category

🗞
News
Transcript
00:00We have here the deployment of armed forces led by armed forces and SSB and NDRF and SDRF
00:08have done a common effort.
00:11There is a very big exercise that if there are floods in the coming season,
00:18then there is a common initiative or common effort.
00:21The general population will be able to save and rescue.
00:31Today, there is a very big exercise.
00:44We have a big exercise.
00:46The problem is the problem.
00:50It has a good result and is ready.
00:55And we can check the capability of any eventuality and contingency to meet up.
01:02how much we can do it.
01:04Our resources, our manpower, our systems how strong it is.
01:09Our strength, our training, our strength and our training.
01:13What is this technique?
01:15We call a remote operated boy.
01:21We can operate a remote machine and use drones to use.
01:31to be able to do this.
Comments

Recommended