Skip to playerSkip to main content
  • 2 days ago
নগাঁও : আজি ৰঙালী বিহুৰ উৰুকা ৷ মঙলবাৰে গৰুবিহু ৷ বিহু বুলি ডেকা-বুঢ়া-মেথা সকলোৰে গাত তৎ নাইকীয়া হৈছে ৷ ৰঙালী বিহু বুলি কি কি খাব, কি কৰিব, ক’ত বিহু মাৰিব ইত্যাদি ৷ৰঙালীৰ উৰুকা বুলি সোমবাৰে নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটৰ দীঘলী বিলত পুৱাই পৰম্পৰা ৰক্ষা কৰি সমূহীয়াভাৱে মাছ ধৰে অঞ্চলটোৰ ৰাইজে । প্ৰতি বছৰে ব’হাগৰ উৰুকাত কাষৰীয়া কেবাখনো গাঁৱৰ লোকে হাতে হাতে জাকৈ, খালৈ, পল' লৈ আনন্দ উলাহেৰে দীঘলী বিলত মাছ ধৰি আনন্দত মতলীয়া হৈ পৰে ।কোনোৱে যদি সৰু মাছ ধৰিছে, আন কোনোবাজনে আকৌ ডাঙৰ মাছ ধৰি আনন্দত আত্মহাৰা হৈ পৰিছে । তাৰ মাজতে বহুতে খালী হাতেৰেও ঘৰলৈ উভতিছে ৷ তথাপিও কাৰো মনত খং-ক্ষোভ নাই ৷লগতে পঢ়ক : তাঁতশালৰ পৰাই জুবিন গাৰ্গৰ ন্যায় দাবী গাঁৱৰ জীয়ৰী-বোৱাৰীৰলগতে পঢ়ক : দুহাতত জেতুকা বুলাই বিহুলৈ সাজু গাঁ‌ৱৰ জীয়ৰী

Category

🗞
News
Transcript
00:00Kila suali oi, naniba oi po kaiti oi, naniba oi po kaiti oi, kina te akua oi tue, latina katida
00:15oi, latina, mayile kumoni oi, lute, haloti adite oi, halenubai akilu oi,
00:29"'Alle' n'upai, y'asi'e o'i pano'e, ma'i'le o'i, k'e ta'
00:37"'Oi, tololoi'i meh'i' e' k'i'a'
00:42"'Tai'u n'orok'e m'u pa'i'u n'orok'e h'or'u t'e'n'i
00:47d'ile'
00:48"'Tai' hieroni' si'g'a' e' nah'i'
00:53"'Jobandolè, jobandolè, papo' le o'i' na'
01:25We're right back.
Comments

Recommended