Skip to playerSkip to main content
  • 2 days ago
ডিব্ৰুগড়: ৮০ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠিত কৰিবলৈ দেশজুৰি ব্যাপক প্ৰস্তুতি চলিছে । কিন্তু এইবাৰ নাগালেণ্ডত হোৱা বৰষুণৰ পানীয়ে উজনিত মহাপ্ৰলয় সৃষ্টি কৰাৰ পাছত বানে বিধ্বস্ত কৰা ৰাইজে কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ? বান বিধ্বস্ত ঐতিহাসিক চৰাইদেউ জিলাত এইবাৰ জাকজমকতাৰ পৰিৱৰ্তে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈহে পালন কৰা হ'ব ।বানে বিধ্বস্ত কৰি থৈ যোৱা চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰি সমষ্টিৰ অন্তৰ্গত বহু অঞ্চললৈ এতিয়াও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । মৰাণত চৰাইদেউ জিলা ভিত্তিত অনুষ্ঠিত কৰা ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি মাহমৰা সমষ্টিৰ বিধায়ক সুৰুয দিহিঙীয়াই এই বিষয়ে অৱগত কৰে ।  বিধায়ক সুৰুজ দিহিঙীয়াই কয়,"চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰিছোঁ । এই ত্ৰিৰংগা যাত্ৰাৰ জড়িয়তে স্বাধীনতা যুঁজাৰুসকলক যিসকলৰ ত্যাগ আৰু বলিদানৰ বাবে ভাৰত স্বাধীন হ'ল তেওঁলোকক আজি ইয়াৰ পৰাই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ । চৰাইদেউ জিলাৰ ৪০% বানত ক্ষতিগ্ৰস্ত হৈছে । তথাপি ৮০ সংখ্যক স্বাধীনতা দিৱস যিহেতু অনুষ্ঠিত কৰিবই লাগিব তাৰ বাবে জিলা প্ৰশাসনে অনুষ্টুপীয়াকৈ পালন কৰিবলৈ প্ৰস্তুতি চলাইছে । কিন্তু পূৰ্বৰ দৰে নহয় এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী ।"লগতে পঢ়ক: সময়ত আহি নাপালে এম্বুলেঞ্চ ! অগ্নিকাণ্ডত মহিলাৰ মৃত্য়ু - ইটিভি ভাৰত অসমহৰ ঘৰ ত্ৰিৰংগা, নগাঁও জিলা প্ৰশাসনে উলিয়ালে বাইক ৰেলী - ইটিভি ভাৰত অসম

Category

🗞
News
Transcript
00:00The state of the system is in the state of the state of the state of the state of the
00:29state.
00:31I said to my family, I will give an opportunity to get married, and I have a lot of time
00:36with my family and my family.
00:40What kind of failure?
00:43And we are in 172 people, 162 people.
00:48We areνοing the issue of socialיים, but we are now in order to get married.
00:55In a different way we're not going to go while we're not going to have a place to go.
Comments

Recommended