Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
অগপৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা, বাহিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ
3 months ago
ধুবুৰী: অগপৰ কাৰ্যালয়ত ওলমিল তলা । এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে একাংশ অগপ কৰ্মী । ধুবুৰী জিলা অগপ কাৰ্যালয়ৰ লগতে কাৰ্যালয়টোৰ গে'টত সোমবাৰে তলা লগোৱাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ধুবুৰী বিধানসভা সমষ্টিৰ অগপৰ দুই কমিটীক লৈ চলিছে দীৰ্ঘদিনীয়া সংঘাত । উল্লেখ্য যে ধুবুৰী জিলা অগপৰ অধীনত দুখনকৈ ধুবুৰী বিধান পৰিষদৰ কমিটী থকাক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত হয় । আচলতে প্ৰতিখন জিলা কমিটীতে এখনকৈ বিধান পৰিষদৰ কমিটী থাকে। ধুবুৰী বিধান সভা সমষ্টিতে ইয়াৰ ব্যতিক্ৰম দেখা গৈছে । ধুবুৰী বিধান সভা সমষ্টিত অগপৰ বিধান পৰিষদৰ দুখন কমিটী আছে ।বুৰী বিধান পৰিষদৰ সভাপতি ৰণেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু সম্পাদক হাৰুণ ইছলামৰ কমিটীখনক অবৈধ কমিটী বুলি আখ্যা দিয়ে ধুবুৰী বিধান পৰিষদৰ পুৰণি কমিটীৰ সভাপতি দিলীপ সৰকাৰ আৰু সম্পাদকদ্বয় দীপ নাৰায়ণ কলিতা আৰু নুৰে ছিবলীয়ে ।আনহাতে আজি ধুবুৰী বিধান পৰিষদৰ সম্পাদক হাৰুণ ইছলামে জিলা অগপ কাৰ্যালয়ৰ দুৱাৰত আৰু গে'টত তলা লগাই দিয়া কাৰ্যত ক্ষুণ্ণ হৈ জিলা অগপকে ধৰি অসম যুৱ পৰিষদৰ একাংশ কৰ্ম-কৰ্তাই প্ৰশ্ন কৰে যে অগপৰ জিলা কাৰ্যালয়ত তলা লগাই দিয়াৰ অনুমতি হাৰুণ ইছলামক কোনে দিলে ? অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই এই ক্ষেত্ৰত দৃঢ় স্থিতি লোৱাৰ বাবে তেওঁলোকে আহ্বান জনাইছে । লগতে পঢ়ক: অসম-নাগালেণ্ড সীমা সমস্যা সমাধানৰ দাবীৰে উৰিয়ামঘাটত ৰাইজমেল
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:08
foreign
00:09
foreign
00:09
foreign
00:38
Thank you very much.
01:06
Thank you very much.
01:39
Thank you very much.
02:01
Thank you very much.
02:38
Thank you very much.
03:06
Thank you very much.
03:36
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
1:38
|
Up next
পেটৰ তাৰণাত বনাঞ্চল এৰি পাকঘৰত সোমাল ভালুক
ETVBHARAT
4 weeks ago
3:11
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোলাঘাটত চাঞ্চল্যকৰ ঘটনা; হোটেলৰ কোঠাত উদ্ধাৰ আপত্তিজনক সামগ্ৰী
ETVBHARAT
5 weeks ago
2:50
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
5 weeks ago
2:12
কৃত্ৰিম বানত বুৰিল যোৰহাট: বাসগৃহত একাঁঠু পৰ্যন্ত পানী
ETVBHARAT
7 weeks ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
7 weeks ago
1:54
धनबाद में घर के अंदर जोरदार आवाज के साथ भू-धंसान, बना बड़ा गोफ, बाल-बाल बचे लोग
ETVBHARAT
8 minutes ago
5:52
गुरुग्राम में हाई प्रोफाइल सेक्स रैकेट का भंडाफोड़, विदेशी नागरिक सहित 13 महिला-पुरुष हिरासत में, आपत्तिजनक सामग्री बरामद
ETVBHARAT
12 minutes ago
3:53
‘वक्त दूर नहीं जब राखी सावंत के साथ मंच साझा करना पड़ेगा’, राहुल गांधी पर निशिकांत दुबे का तंज
ETVBHARAT
17 minutes ago
3:39
'काल' बन रही CM ग्रिड सड़क! गड्ढे में गिरने से कर्मचारी की मसल्स डैमेज, आक्रोशित व्यापारियों ने प्रदर्शन कर दी बड़ी चेतावनी
ETVBHARAT
19 minutes ago
2:06
लालबागच्या राजाच्या गर्दी व्यवस्थापनावर मृत तरुणाच्या काकाकडून प्रश्न उपस्थित; सुरक्षिततेला प्राधान्य
ETVBHARAT
24 minutes ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
7 weeks ago
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
2 months ago
1:42
জোনাইৰ অসম-অৰুণাচল সীমান্তত পথ দুৰ্ঘটনাত নিহত এজন
ETVBHARAT
2 months ago
1:00
মৰাণৰ চেপন শ'লগুৰিত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু
ETVBHARAT
2 months ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
3 months ago
3:59
বালিয়ে পুতিলে সেউজীয়া ধাননি, পথাৰলৈ চাই হাহাকাৰ কৃষকৰ
ETVBHARAT
3 months ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
3 months ago
3:04
আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই
ETVBHARAT
3 months ago
2:20
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মাতৃৰ মৰণোত্তৰ চকু দান
ETVBHARAT
4 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
5 months ago
2:03
চাকচনি, মৰাণ নাচনীৰ গিৰিপনিৰ শব্দত মুখৰিত কাকপথাৰৰ আকাশ বতাহ
ETVBHARAT
5 months ago
4:15
মূৰত গামোচা, ককালত টঙালি আৰু মুগা চুৰীয়া-চোলা বিহু মঞ্চত অধিবক্তা
ETVBHARAT
5 months ago
1:39
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ
ETVBHARAT
5 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
5 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
5 months ago
Comments