Skip to playerSkip to main content
  • 5 weeks ago
নলবাৰী: নলবাৰীত বৈছে আনন্দৰ বন্যা ৷ তৃতীয়বাৰলৈ নলবাৰী সমষ্টিৰ পৰা জয়ী হ’ল জয়ন্ত মল্লবৰুৱা । ৬০,১০১ টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । এইবাৰ নিৰ্বাচনত জয়ন্ত মল্লবৰুৱাই মুঠ ১,১৮,৬১১ টা ভোট লাভ কৰে । আনহাতে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই ৫৮,৫১০ টা ভোট লাভ কৰে ।জয়ী হৈ সমষ্টিবাসীক জয়ন্ত মল্লবৰুৱাই ধন্যবাদ জনায় ৷ তেওঁ কয়, ‘‘আকৌ এবাৰ ৰাইজৰ সেৱা কৰিবলৈ সুযোগ দিয়া বাবে আন্তৰিক কৃতজ্ঞতা জনাইছো । নলবাৰী সমষ্টিৰ উন্নয়ন আৰু অধিক ক্ষীপ্ৰতাৰে আগুৱাই নিবলৈ চেষ্টা কৰিবম ৷ পূৰ্বতকৈ মোৰ দায়িত্ব আৰু বৃদ্ধি পালে ৷’’গৌৰৱ গগৈৰ পৰাস্ত সন্দৰ্ভত তেওঁ কয়, ‘‘পাকিস্তানৰ প্ৰেমত থাকিলে এনেকুৱা হ’বই ৷ আজি কংগ্ৰেছৰ এজনো হিন্দু মানুহ জয়ী হ’ব নোৱাৰিলে ৷ দলটোৰ বাবে এয়া কিমান দুৰ্ভাগ্যজনক ৷’’লগতে পঢ়ক : বিৰোধী ঐক্যমঞ্চৰ সন্মান ৰক্ষা কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েলগতে পঢ়ক : মানকাচৰত কংগ্ৰেছ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ বৃহৎ ব্যৱধানত জয়লাভ

Category

🗞
News
Transcript
00:00বહલાલએને বાકી বમ্રલાવને বાહીતષে বહાંદા বાહલાકી বાહી বાહીદેન বદીસું বાહી বવાહવાદ বિવાહી
00:30.
00:30.
00:30.
00:30.
00:30.
00:31.
00:31.
00:32.
00:32.
00:32.
00:32.
00:34foreign
00:46foreign
01:05I am not sure what I have done before.
01:07This is the only time when I was in the last year,
01:08I am not sure what I have done before.
01:11I will be able to get a 50% of my life.
01:18I am not sure what I have done before.
01:20I am not sure what I have done before.
01:29I have done before.
01:30I'm sorry, I'm sorry.
02:08Nothing is possible here
02:09In 3 people's countries, they are not having to review
02:16they cannot be questioned
02:19No, no, no, no, no, no, no, no, no, no, no..
02:26This time, this time, it's not a day, it's not a day, it's a day.
Comments

Recommended