Skip to playerSkip to main content
  • 9 hours ago
হাফলং : বুধবাৰৰ পৰা দহদিনীয়াকৈ হাফলং ব’হাগী বিদায় উদযাপন কমিটীৰ উদ্যোগত বিহু কৰ্মশালা ২০২৬ৰ আয়োজন কৰা হৈছে ৷ ৮ মে’লৈকে হাফলং নামঘৰত এই বিহুৰ কৰ্মশালা চলিব ৷ নগাঁৱৰ ৰূপজ্যোতি বিহুৱা দলৰ প্ৰশিক্ষকসকলে ডিমা হাছাও জিলাৰ কণমানি ল’ৰা-ছোৱালীসকলক বিহুনৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ দিব । এই কথা জানিবলৈ দিয়ে বিহু কমিটীৰ সদস্য জিতু কুমাৰ গগৈয়ে ৷গগৈয়ে কয়, ‘‘এইবাৰ নিৰ্বাচনৰ বাবে অলপ পলমকৈ ব’হাগী বিদায় অনুষ্ঠান আয়োজন কৰা হৈছে ৷ অহা ১০ মে’ত হাফলং সাংস্কৃতিক ভৱনত এই ব’হাগী বিদায়ৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হ’ব ৷’’বিহু কমিটীৰ সদস্য ডঃ বৈৰভ কাকতিয়ে কয়, ‘‘এই বিহু কৰ্মশালাত অসমীয়াৰ লগতে বেলেগ জাতি-জনগোষ্ঠীৰ কণমানি ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । নগাঁৱৰ পৰা প্ৰশিক্ষক অনা হৈছে ৷’’লগতে পঢ়ক : পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন

Category

🗞
News
Transcript
00:17Welcome to the Hapnong Bakkyi Raij, our Hapnong Bakkyi Totoro, the 9th century of Hapnong Bakkyi Raij.
00:26I am now with my father and I am happy with my father, I am the family of my father
00:37and I am the family of my family, and I will work on my family and my family.
00:43Since my family, I am now with my family, and I will be able to work on my family and
00:54my family.
00:54So we are going to take a look at the other side.
01:00So we don't have to do it.
01:02We are going to take a look at the other side.
01:06We are going to take a look at the other side.
01:17it I am myTEAM or what a fok to do you are an approving of a local thought with a
01:23growth for me I mean we they can process a query to our Yav I mean for more
01:29after all about this almost at the moment the city on your own on crypto
01:34can i have got another a for the power of the apple for Rosalie the family
01:41...
01:41...
01:43...
01:45...
01:48...
01:51with the way the actions are not
01:53in the way the Senate is
01:54in order to meet the Senate
01:56and then the Senate will be
01:59as well as the House
01:59and the Senate will continue.
02:03the Senate will be the possibility
02:03of the Senate will be the Senate
02:09and then the Senate will continue
02:12foreign
Comments

Recommended