Skip to playerSkip to main content
  • 3 hours ago
বঙাইগাঁও : শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলা আজিও বান বিভীষিকাত জৰ্জৰিত হৈ আছে । এই কঠিন সময়ত বঙাইগাঁও জিলাৰ কাকৈজানাৰ ৰাইজেও সহায়ৰ হাত আগবঢ়াইছে । কেৱল খাদ্য বা কাপোৰেই নহয়, এইবাৰ বিনামূলীয়া শ্ৰমৰ সহায়ো আগবঢ়োৱা হৈছে ৷ দেওবাৰে কাকৈজানা গাঁও পঞ্চায়তৰ অধীনৰ কাকৈজানা, সিদলসতী, তুলুঙীয়া আৰু আমতোলা গাঁৱৰ প্ৰায় ৫০ জন কোচ-ৰাজবংশী যুৱক শিৱসাগৰ জিলালৈ ৰাওনা হয় ।এজন যুৱকে কয়, ‘‘আমাৰ লক্ষ্য হৈছে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়া । পলস পৰি লেতেৰা হোৱা ঘৰ-দুৱাৰ, বোকাৰে ভৰা পথ, মন্দিৰ আৰু বিভিন্ন ৰাজহুৱা স্থান চাফা-চিকুণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ভাঙি যোৱা ঘৰটো পুনৰ নিৰ্মাণত সহায় কৰা । এই সকলো কাম আমি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিম ।’’লগতে পঢ়ক : বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি, ১.৩৬ লাখ লোক ক্ষতিগ্ৰস্তলগতে পঢ়ক : বানপীড়িত শিক্ষাৰ্থীৰ কাষত এজেৱাইচিপি, বিতৰণ সৌৰ লাইট-শিক্ষা সঁজুলি

Category

🗞
News
Transcript
00:00Thank you
00:46Thank you
01:16Thank you
01:51Thank you
02:10Thank you
02:54Thank you
03:23Thank you
Comments

Recommended