Skip to playerSkip to main content
  • 1 week ago
বঢ়মপুৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এইবাৰ নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জুৰিৰপাৰৰ 5 নং ৱাৰ্ডত এটা বন্যহস্তীয়ে উপদ্ৰৱ চলায় ৷ জানিব পৰা মতে, দেওবাৰে নিশা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে গাঁওখনৰ জামাল উদ্দিন, ৰমজান আলী আৰু নিৰলা খাতুনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ লগতে হাতীটোৱে ভঁৰালৰ ধান খায়ো তহিলং কৰে ।ভুক্তভোগী ৰমজান আলীয়ে কয়, ‘‘ৰাতি প্ৰায় 1.30 বজাত আমাৰ ঘৰত হাতী আহিছিল । হাতীয়ে পাকঘৰ ভঙাৰ লগতে ২২ মোন ধানো খালে । আমাৰ ঘৰো ভাঙিছে । হাতীয়ে ঘৰ ভঙাৰ লগে লগে ঘৰৰ এটা ফালে বেৰ কাটি সেই ফুটাৰে ল’ৰা-ছোৱালীক লৈ বাহিৰলৈ পলাই আহিলো ৷ আমাৰ এতিয়া কোনো উপায় নাই, চৰকাৰক ক্ষতিপূৰণ দিবলৈ আমি অনুৰোধ জনাইছো ৷’’লগতে পঢ়ক : লোমহৰ্ষক ! হাইলাকান্দিত ১৫ বছৰীয়া নাবালিকাক গণধৰ্ষণৰ পাছত হত্যা

Category

🗞
News
Transcript
00:00We have been in the first half of the time.
00:03We have been doing a lot of work and we have made a lot of work.
00:10We have been doing a lot of work and we have been doing a lot of work.
00:24.
00:24.
00:24.
00:25I used to stay by myself, but not to me.
00:26I was a half-killed person.
00:32I was a 200-year-old.
00:35I was a 12-year-old.
00:37I was a 21-year-old.
00:40I was a 24-year-old.
00:42I was a 24-year-old.
00:50I was a 24-year-old.
00:52I was a 24-year-old.
00:55This is the first time I was able to do this.
01:00I was able to do this.
01:00I was able to do this.
Comments

Recommended