Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বালিয়ে পুতিলে সেউজীয়া ধাননি, পথাৰলৈ চাই হাহাকাৰ কৃষকৰ
5 weeks ago
জোনাই : ধেমাজি জিলাৰ জোনাইত বানপানী শুকালে যদিও শেষ হোৱা নাই কৃষকৰ দুখ-দুৰ্দশা । কিছুদিন পূৰ্বে চিলে নৈৰ বাঢ়নী পানীয়ে জোনাইৰ মালভোগ, শান্তিপুৰ, ৰাভাকাঠনি আদি বিভিন্ন অঞ্চল প্লাৱিত কৰি ব্যাপক ক্ষতি সাধন কৰিছিল । বানপানী কমিল যদিও এতিয়া নতুন বিপদৰ সন্মুখীন হৈছে শান্তিপুৰ অঞ্চলৰ কৃষকসকল । বানত বালিয়ে শান্তিপুৰ গাঁৱৰ একাংশ কৃষকৰ সেউজীয়া ধাননি পথাৰ পুতি পেলোৱাত মূৰে-কপালে হাত দিছে কৃষকসকলে । বছৰটোৰ একমাত্ৰ ভৰসা ধান খেতিৰ ওপৰত নিৰ্ভৰশীল এই চহা কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই কৰা খেতি মুহূৰ্ততে নষ্ট হোৱাত হতাশাত ভুগিছে । এই সন্দৰ্ভত কৃষি বিভাগৰ লগতে জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি এজন কৃষকে কয়, "বানত প্ৰায়ভাগ খেতিপথাৰ বালিয়ে পুতিছে । ইয়াত এটা গাইড বান্ধৰ প্ৰয়োজন বুলি প্ৰশাসনক কেইবাবাৰো আবেদন জনাইছিলোঁ যদিও প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰিলে ।"বালিৰে আৱৰি থকা কৃষিভূমিত এইবাৰ খেতি কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে । ফলত অনাগত দিনত জীৱিকা আৰু পৰিয়াল চলোৱাৰ চিন্তাই তেওঁলোকক অধিক চিন্তিত কৰি তুলিছে । সেয়ে এনে পৰিস্থিতিত ক্ষতিগ্ৰস্ত কৃষকসকলে স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে চিলে নৈৰ বান স্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।লগতে পঢ়ক:বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি মথাউৰি নিৰ্মাণৰ আশ্বাস ডাঃ ৰণোজ পেগুৰলখিমপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
00:43
Thank you for joining us.
Show less
Comments
Add your comment
Recommended
2:23
|
Up next
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত বলিউডৰ অভিনেতা ৰণদ্বীপ হুদা; নিজহাতে পৰিবেশন কৰিলে খাদ্য
ETVBHARAT
15 hours ago
3:45
যোৰহাট জিলাত মুঠ ১৭৯ খন ৰাজহ গাঁও জলমগ্ন, পুনৰ জাঁজী নদীৰ জলস্তৰ বৃদ্ধি
ETVBHARAT
1 week ago
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
1 week ago
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
2 weeks ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
2 weeks ago
3:29
'मामा ब्रांड' बरकरार, मामा-मामा सुन प्रोटोकाल तोड़ बच्चों के लिए दौड़े चले आए शिवराज
ETVBHARAT
1 hour ago
3:33
ବନ୍ୟାରେ ପୁରୀ ଜିଲ୍ଲାର ୧୦ ପଞ୍ଚାୟତ ପ୍ରଭାବିତ, ସୁରକ୍ଷିତ ରହିବାକୁ ଡାକ୍ତରଙ୍କ 10ଟି ପରାମର୍ଶ
ETVBHARAT
1 hour ago
4:28
हापुड़ में गंगा खादर के गांवों में बाढ़ का खतरा; रात में पहरा दे रहे ग्रामीण, प्रशासन भी अलर्ट
ETVBHARAT
1 hour ago
2:01
'अमित शाह सबसे असफल गृह मंत्री..', दरभंगा में कांग्रेस नेता सुप्रिया श्रीनेत ने केंद्र सरकार को घेरा
ETVBHARAT
2 hours ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
4 weeks ago
2:37
৫ জিলাৰ ১১০ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বঙাইগাঁৱত আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতা
ETVBHARAT
4 weeks ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
5 weeks ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
5 weeks ago
2:18
যিকোনো মুহূৰ্তত কলগাছিয়াত চলিব বুলডজাৰ, সাজু প্ৰশাসন
ETVBHARAT
6 weeks ago
3:04
আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই
ETVBHARAT
7 weeks ago
1:18
আদালতৰ চৌহদতে অধিবক্তাক প্ৰহাৰ আচামীৰ, আহত জ্যেষ্ঠ অধিবক্তাক চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
2 months ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
2 months ago
2:33
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী
ETVBHARAT
2 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
3 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
3 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
4 months ago
5:11
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
ETVBHARAT
4 months ago
2:21
মাজুলী কংগ্ৰেছৰ ৰেলীত বঙলমৰাৰ পৰা আনিছে মিঞা : ভূৱন গাম
ETVBHARAT
4 months ago
2:09
প্ৰতিকূল বতৰক নেওচি পীযুষ হাজৰীকা আৰু ৰমাকান্ত দেউৰীৰ মনোনয়ন দাখিল
ETVBHARAT
5 months ago
Comments