Skip to playerSkip to main content
  • 2 days ago
জনীয়া: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰীত মৰা মানাহ নদীত মাছ ধৰিবলৈ এজন মাছমৰীয়াৰ মৃত্যু । বাঢ়নী পানীত পৰি মফিজ উদ্দিন নামৰ মাছমৰীয়াজনে অকাল মৃত্যুক সাবটি লয় । মাছমাৰি পৰিয়াল পোহপাল দিয়া যুৱকজন গুনিয়ালগুৰী গাঁৱৰ আকবৰ আলীৰ পুত্ৰ মফিজ উদ্দিন বুলি জানিব পৰা গৈছে । মঙলবাৰে নিশাৰ ভাগত মৰা মানাহ নদীৰ পৰা উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ । মৰা মানাহ নদীত মঙলবাৰে বিয়লি প্ৰায় তিনি বজাত জাল পাতি মাছ মাৰিবলৈ গৈছিল মাছমৰীয়া মফিজ উদ্দিন । কিন্তু সন্ধিয়ালৈকে ঘৰত নহাৰ বাবে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে । সন্ধিয়াৰভাগত মাছ মাৰিবলৈ লৈ যোৱা নাওখন ৰাইজে প্ৰত্যক্ষ কৰে । নাৱৰ ওপৰত জাল, কাপোৰ, ছেণ্ডেল আদি পৰি থকা দেখি বাঢ়নী পানীয়ে উটুৱাই নিয়া বুলি সন্দেহ কৰি ৰাইজে পানীত নামি উদ্ধাৰ অভিযান চলায় । লগে লগে স্থানীয় ৰাইজে বৰপেটা জিলা SDRF বাহিনীক খবৰ দিয়ে যদিও নিশাৰ ভাগত উদ্ধাৰ অভিযান চলাব নোৱাৰে বুলি উল্লেখ কৰে । কিন্তু কলগাছিয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । এনে অৱস্থাত ৰাইজে, নাও, জাল আদিৰে উদ্ধাৰ অভিযান চলাই মাজ নিশা মাছমৰীয়া যুৱক মফিজ উদ্দিনৰ মৃতদেহ মৰা মানাহ নদীৰ বাঢ়নী পানীৰ পৰা উদ্ধাৰ কৰে ।লগতে পঢ়ক: মৌলবীৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ, মাদ্ৰাছাত ওলমিল তলাধোপগুৰিত মাল গোঁসাই পূজা: উজলিল ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি

Category

🗞
News
Transcript
00:00I said, maybe already, we will be in a while.
00:05Никол Extremis and more acredites.
00:08I will not be surprised at all,
00:09and also, the roads will not rendezvous at all.
00:12It is different from all users.
00:17They go all over here.
00:25How was this?
00:26Could you tell me that?
00:27Well, my name is Bwilan Gurahar, my name is Bwilan Gurahar.
00:31What name is Bwilan Gurahar?
00:33What's your name?
00:34Bwilan Gurahar.
00:35I came from the governor.
00:37I was a writer.
00:40I was a painter.
00:42So I was done with the
00:43other young girls.
01:11the
01:13So, I started with the government here and began.
01:17The government has been very young and very cheap.
01:20The government has been very challenged by the government.
01:33We have been doing these great operations and 1960s.
01:35We have been working on the government at the government.
01:38We have worked with the government and we are working on the government.
01:42I'm going to go home.
Comments

Recommended