Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
জোনাইৰ ৰায়াং নদীৰ পাৰত পুৱাই মাহ-হালধিৰে নোওৱালে গো-ধনক
6 months ago
জোনাই : বিহু বুলি ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা । সাতামপুৰুষীয়া ৰীতি-নীতিৰে ৰাজ্যত পালন কৰা হৈছে গৰু বিহু । সমগ্ৰ ৰাজ্যৰ লগতে জোনাইৰ হাতীগাঁৱত ৰৈচুমৈ জৌহৌলাও আফাদৰ উদ্যোগত বড়ো ৰাইজে উলাহ-মালহেৰে পালন কৰে গৰু বিহু ৷ পুৱাই কৃষক ৰাইজে গোহালিৰ পৰা নিজৰ গৰুসমূহ লৈ আনে ৰায়াং নদীৰ পাৰলৈ ৷ৰায়াং নদীৰ পাৰত প্ৰথমে পশুধনৰ মংগল তথা সু-স্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ কামনা কৰি ভগৱানৰ ওচৰত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতিৰে পূজা অৰ্চনা কৰে ৷ তাৰ পিছতে গৰুবোৰক গা ধুৱাই লাও-বেঙেনা, হালধি গৰুৰ গালৈ মাৰে ৷ইয়াৰ পিছতে সংযুক্ত বড়ো গণ মঞ্চ (UBPO)ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে বৈসাগু উপলক্ষে অনুষ্ঠিত হ’ব লগা বড়ো জনগোষ্ঠীয় নৃত্য-গীত, খেল-ধেমালিৰ শুভ উদ্বোধন কৰে ৷ তেওঁ কয়, ‘‘জনপ্ৰবাদ অনুসৰি সেইদিনা গৰুৰ গাত ঘঁহা মাহ-হালধিৰে গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি । গৰুৰ শিঙত ঘঁহা তেলো মানুহে গাত ঘঁহে । সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।’’গধূলি সময়ত গৰু-ম'হবোৰক দীঘলতী, মাখিয়তী, তৰাবোৰেৰে কোবাই ঘৰলৈ খেদি আনে আৰু নতুন পঘাৰে বন্ধা হয় । এই নতুন পঘাৰে গৰুবোৰ বন্ধাৰ আগতে চোতাল বিশেষ ঠাইডোখৰ পানীৰে মচি-কাচি এখিলা আগলি কলপাত মাটিত পাৰি তাৰ ওচৰত এযোৰ তামোল-পাণ, মাটিৰ চাকি জ্বলাই পাতৰ ওপৰত পঘাবোৰ ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় । তাৰ পাছত খেৰ বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত ধোঁৱা বিচনীৰে বিচি দিয়া হয় । অসমবাসীৰ মাজত ইয়াক 'জাগ দিয়া' বুলি কোৱা হয় । বিশ্বাস অনুসৰি অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে ৷লগতে পঢ়ক : গো-ধন হ্ৰাস পালেও পৰম্পৰা ৰক্ষা কৰিবলৈ পুৱাতে ৰাইজ ওলাল নৈৰ ঘাটলৈ
Category
🗞
News
Transcript
Display full video transcript
00:03
foreign
00:10
foreign
00:13
foreign
00:14
foreign
00:14
foreign
00:44
Thank you so much for joining us.
01:11
Thank you so much for joining us.
Show less
Recommended
2:57
|
Up next
মৰাণত প্ৰাণৰ শিল্পীৰ প্ৰতিমূৰ্তি উন্মোচন; মাজুলীতো জুবিন দিৱস পালন
ETVBHARAT
2 weeks ago
2:56
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত কলগাছিয়াত চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
6 weeks ago
1:42
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
2 months ago
3:01
বান বিভীষিকাৰ মাজতে ভাতৃক লোৰ ৰডেৰে মৰিয়াই হত্যা
ETVBHARAT
2 months ago
3:01
আমি দহ বছৰ পিছুৱাই গ'লো ! জাঁজী নদীৰ ছিগা মথাউৰিত বানাক্ৰান্তৰ বিননি
ETVBHARAT
2 months ago
2:07
रिनपास में आउट सोर्सिंग के नाम पर गड़बड़ीः जिला कांग्रेस अनुसूचित जाति विभाग का धरना
ETVBHARAT
2 hours ago
2:36
ସ୍ବର୍ଣ୍ଣ ବିଜୟୀ ହକି ଦଳର ଦୁଇ ଓଡ଼ିଆ ସଦସ୍ୟ ଅମିତ ଓ ଶିଳାନନ୍ଦଙ୍କ ସହ କଥା ହୋଇ ଅଭିନନ୍ଦନ ଜଣାଇଛନ୍ତି ମୁଖ୍ୟମନ୍ତ୍ରୀ
ETVBHARAT
5 hours ago
3:26
कभी फटे जूते पहनकर खेली, आज रच डाला स्वर्णिम इतिहास, करनाल की हॉकी स्टार नेहा की अद्भुत कहानी
ETVBHARAT
5 hours ago
7:28
राजस्थान पंचायती राज चुनाव की तारीखों का ऐलान, 25 अक्टूबर से 16 नवंबर तक चार चरणों में होगा मतदान
ETVBHARAT
5 hours ago
4:00
लॉन्ग वीकेंड पर उमड़ा पर्यटकों का सैलाब, लंबे जाम ने छुड़ाए सैलानियों और शहरवासियों के पसीने
ETVBHARAT
5 hours ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
3 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
3 months ago
1:00
মৰাণৰ চেপন শ'লগুৰিত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু
ETVBHARAT
3 months ago
1:05
পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু, ক্ষতিপূৰণৰ দাবীত মৃতদেহ লৈ পথ অৱৰোধ ৰাইজৰ
ETVBHARAT
3 months ago
2:21
জোনাইৰ শুকান নলাৰ খহনীয়াৰ কালৰূপ: নৈত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
3 months ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
4 months ago
4:15
মূৰত গামোচা, ককালত টঙালি আৰু মুগা চুৰীয়া-চোলা বিহু মঞ্চত অধিবক্তা
ETVBHARAT
5 months ago
2:03
চাকচনি, মৰাণ নাচনীৰ গিৰিপনিৰ শব্দত মুখৰিত কাকপথাৰৰ আকাশ বতাহ
ETVBHARAT
5 months ago
3:42
ইউএছটিএমত বিহুৰ উছাহ : ৰঙালী উৎসৱত মুখৰিত হ’ল মেঘালয়ৰ পাহাৰ
ETVBHARAT
5 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
5 months ago
1:33
কৃতী শিক্ষাৰ্থীলৈ বিশেষ জলপানি মৰিগাঁৱৰ গুৰুকুল একাডেমীৰ
ETVBHARAT
5 months ago
2:19
২.৩ কোটি মূল্যৰ হেৰ’ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
ETVBHARAT
5 months ago
2:46
পাগলাদিয়াৰ পাৰত গৰু বিহু পালন জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
6 months ago