Skip to playerSkip to main content
  • 16 hours ago
মৰিগাঁও: অগ্ৰণী শিক্ষানুষ্ঠান গুৰুকুল একাডেমীয়ে মৰিগাঁৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ জলপানি ঘোষণা কৰিছে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এই সোণালী সুযোগ আগবঢ়াইছে বিদ্যালয় কৰ্তৃপক্ষই । এখন শিক্ষিত আৰু উন্নত সমাজ গঢ়াৰ সংকল্পৰে মৰিগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত শিক্ষানুষ্ঠান গুৰুকুল একাডেমীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক আকৰ্ষণীয় জলপানি আঁচনি ঘোষণা কৰিছে । ২০০৭ চনতে প্ৰতিষ্ঠিত হোৱা এই শিক্ষানুষ্ঠানখনে প্ৰতি বছৰৰ দৰে এইবেলিও উচ্চতৰ মাধ্যমিক পৰ্যায়ত নামভৰ্তি কৰিবলৈ ওলোৱা মেধাৱী শিক্ষাৰ্থীসকলক আৰ্থিক সকাহ তথা উৎসাহ যোগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।  বিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা অনুসৰি, মেধাৰ ওপৰত ভিত্তি কৰি  ৮৫% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে- ৩০,০০০ টকা, ৭৫% ৮৪% নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে ১৫,০০০ টকাৰ জলপানি লাভ কৰিব । এই সুবিধা কেৱল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়েই নহয়, বৰঞ্চ আৰ্থিক অৱস্থা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব । আনহাতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবেলি গুৰুকুল একাডেমীত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকেও এই জলপানিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব । ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাত অধিক মনোযোগী কৰি তোলা আৰু মৰিগাঁও জিলাৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাই এই আঁচনিৰ মুখ্য উদ্দেশ্য ।"আমি বিচাৰোঁ কোনো এজন মেধাৱী ছাত্ৰ-ছাত্ৰী যাতে আৰ্থিক কাৰণত উচ্চশিক্ষাৰ পৰা বঞ্চিত নহয় । এই জলপনিয়ে তেওঁলোকক ভৱিষ্যতে আৰু অধিক ভাল ফলাফল কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আমি আশাবাদী ।" এই মন্তব্য বিদ্যালয় কৰ্তৃপক্ষৰ । লগতে পঢ়ক: উত্তৰ পূৰ্বাঞ্চলৰ মৎস্য খণ্ডৰ বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব একুৱাক্স নৰ্থ ইষ্ট

Category

🗞
News
Transcript
00:01I am ashamed to have a bit of it and I have been a bit�unit for my work.
00:07I am ashamed to have a bit of it.
00:10I have been to make some kind of the outcome of this important thing.
00:14Not only did I have to have this outcome.
00:26I had to have to try to have a debate about it.
00:29.
00:32.
00:32in the next few weeks we have been able to leave.
00:36We are all in the same way,
00:38we are all in the same way,
00:40we are all in the same way,
00:43we are all in the same way,
00:45we have all the same,
00:47we have all the same.
00:50After this week,
00:52there is a lot of different things,
00:54we do not have to leave.
00:58I am here now,
01:03for our department.
01:04Therefore, in the middle of the upcoming categories, we append wirklich status of the
01:10For example, we have the University for 1720,000.
01:14We have been considering the University for 17,000 years.
01:17We have had the University for 17ators in the first time when we have specific universities
01:19for 17 and 29 years.
01:20So there are so many universities within our country who are assigned to the district
01:26and the ones we look now.
01:27Again, furthermore, we have been looking at some of the beautiful things.
01:29and we'll see you next week.
Comments

Recommended