Skip to playerSkip to main content
  • 1 week ago
হাফলং : হাফলং সমষ্টিত বিজেপিৰ কৰ্মীয়ে ভোট ৰিগিং কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৷ বিশেষকৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ দিহাংগী, হামৰি আৰু জিনামভেলি ভোটকেন্দ্ৰত বিজেপি কৰ্মীয়ে ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা গাৰ্লোছাই অভিযোগ কৰা অনুসৰি, দিহাংগীৰ ভোটকেন্দ্ৰত ২০-২৫ জনীয়া বিজেপি কৰ্মীয়ে প্ৰৱেশৰ চেষ্টা কৰে ৷ লগতে ভোটকেন্দ্ৰলৈ মোবাইল লৈ যোৱাত নিষেধাজ্ঞা থকা সত্বেও ভোটকেন্দ্ৰলৈ বিজেপি কৰ্মীয়ে মোবাইল লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থী গাৰ্লোছাই ৷সমগ্ৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী গাৰ্লোছাই জিলা নিৰ্বাচনী বিষয়ক লিখিত অভিযোগ দাখিল কৰিছে । লগতে যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰত ৰেগিং হৈছে সেই ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী জনাইছো ৷ তেওঁ কয়,"বিজেপিত থকাৰ সময়ত ৰাইজৰ লগত মই কেতিয়া বিশ্বাসঘাতকতা কৰা নাই আমি বিধায়ক হিচাবে সদায় ৰাইজৰ বাবে কাম কৰি গৈছো ৷ এতিয়া কংগ্ৰেছ দলত থাকি ৰাইজৰ কাম কৰি যাম ৷"লগতে পঢ়ক :ৰাজ্যৰ সবাতোকৈ ধনী প্ৰাৰ্থী কৌশিক ৰয়ৰ ভোটদান; বৰাকত বিভিন্ন সমষ্টিৰ বিভিন্ন প্ৰাৰ্থীৰ ভোটদান

Category

🗞
News
Transcript
00:28Past is past.
00:58Past is past.
01:29Past is past.
01:32We all are for the change.
02:11We all are for the change.
02:29In Hungary, there is still a lot of rigging.
02:35However, we definitely have also some information and application.
02:50I have also given the information that the rigging is so much,
02:52and if you want the rigging, what you want, then how will it be?
Comments

Recommended