Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
Follow
1 year ago
গোলাঘাট : গোলাঘাট জিলাৰ ৪ নং ৰংবং গাঁৱৰ এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছে এটা নাহৰফুটুকীৰ মৃতদেহ ৷ সোমাবৰে পুৱা বাগিচাখনত এজন শ্ৰমিকে কাম কৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে অৰ্ধগলিত নাহৰফুটুকীটোৰ মৃতদেহ ৷ তাৰ পাচতে শ্ৰমিকজনে মৃত বাঘটোৰ সন্দৰ্ভত বাগিচাৰ মালিকক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বাগিচাৰ মালিকে বন বিভাগক খবৰ দিয়ে ৷খবৰ লাভ কৰিয়েই পশু চিকিৎসকক লগত লৈ বন বিভাগৰ এটা উক্ত স্থানত উপস্থিত হয় ৷ তাৰ পাচতে তেওঁলোকে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ অন্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ৷ বাতৰি লিখা পৰলৈকে এই বাঘটো কি কাৰণত মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ।এই ঘটনাৰ সম্পৰ্কে স্থানীয় এজন লোকে কয়, ‘‘৪ নং ৰংবঙত উৱলি যোৱা অৱস্থাত এটা নাহৰফুটুকী বাঘ পৰি আছিল । বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকে প্ৰত্যক্ষ কৰি বাগিচাৰ মালিকক খবৰ দিয়ে । তাৰ পাচতে বাগিচাৰ মালিকে মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ৷’’লগতে পঢ়ক : উৰুকাৰ এনিশা পূৰ্বে গুলী ফুটাই গঞাক কি কি সৰ্তকবাণী দিলে বন বিভাগেলগতে পঢ়ক : জীৱনক লৈ শংকা: তথাপিও এৰা নাই ৫০০ বছৰীয়া পৰম্পৰা
Category
🗞
News
Transcript
Display full video transcript
00:00
My name is Sainul Rangbong.
00:02
This is the Nahaar Poteki tiger.
00:04
It has been killed.
00:06
The forest department told me that
00:08
this tiger has been killed.
00:10
I informed the forest department.
00:12
They told me that the tiger
00:14
has been killed.
00:16
It has been killed.
00:18
I informed the forest department.
00:20
They told me what to do
00:22
and what to do.
Be the first to comment
Add your comment
Recommended
1:03
|
Up next
৭০-৮০ জনীয়া বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে তিতাবৰবাসীয়ে
ETVBHARAT
4 months ago
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
8 months ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
2 months ago
6:09
শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি
ETVBHARAT
2 months ago
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1 year ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1 year ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1 year ago
5:35
অগ্নিসংযোগেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ
ETVBHARAT
4 days ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
5 months ago
4:09
মা কামাখ্যাৰ আশীষ ল'লে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যই
ETVBHARAT
5 weeks ago
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1 year ago
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
9 months ago
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
9 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
9 months ago
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
1 year ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1 year ago
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1 year ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1 year ago
1:28
প্ৰথমে কাজিয়া আৰু তাৰ পিচত লাঠিৰে কোবাই হত্য়া কৰিলে জ্য়েষ্ঠ ভাতৃয়ে
ETVBHARAT
5 months ago
5:07
ओस्प्रे से लेकर सारस तक, जबलपुर में मिले 213 प्रजाति के पक्षी
ETVBHARAT
1 minute ago
0:20
जयपुर में बेकाबू ऑडी कार ने 15 से ज्यादा लोगों को रौंदा, एक शख्स की मौत, हादसे का CCTV आया सामने
ETVBHARAT
3 minutes ago
1:13
मर गई इंसानियत, सिस्टम से नाराज बाप ने सड़क किनारे किया बेटी का अंतिम संस्कार
ETVBHARAT
7 minutes ago
1:01
बीजेपी के पलामू जिला अध्यक्ष बने अमित तिवारी, पर्यवेक्षकों की मौजूदगी में निर्विरोध चुने गए
ETVBHARAT
9 minutes ago
1:28
ஹெத்தையம்மன் குண்டம் திருவிழா
ETVBHARAT
15 minutes ago
3:01
సంక్రాంతికి పల్లెబాట పడుతున్న నగరవాసులు - కిక్కిరిసిన ప్రయాణ ప్రాంగణాలు
ETVBHARAT
16 minutes ago
Be the first to comment