Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
3 months ago
যোৰহাট : অশান্ত হৈ পৰিছে অসম-নাগালেণ্ড সীমান্ত । মঙলবাৰে অসম-নাগালেণ্ড পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছা কৰ্মীয়ে ৷ উল্লেখ্য যে, দুদিনৰ পূৰ্বে মৰিয়নীৰ ৬১নং কাটনি গাঁও পঞ্চায়তৰ অধীনৰ নগাজাংকাত অসমৰ ভুমিত অসমৰ শ্ৰমিকে জব কাৰ্ডৰ অধীনত পথৰ মেৰামতিৰ কাম কৰি থকাৰ সময়তে নগা দুবৃত্তই শ্ৰমিকক ভয় ভাবুকি প্ৰদান কৰিছিল ৷ দুদিনৰ পাছতে মৰিয়নীৰ নিউ সোণোৱালত আটছাই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ৷প্ৰতিবাদকাৰী সংগঠনৰ নেতৃত্বই কয়, "অসম-নাগালেণ্ড সীমা সমস্যা ৰাজনৈতিকভাবে সমাধান কৰিবলৈ অসম আৰু ভাৰত চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছো ৷ কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা কোনো সহাৰি পোৱা নাই ৷ ফলত সীমা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে । ইয়াৰ বাবে সীমান্তবাসী ৰাইজৰ জীৱন জীৰ্বিকা, নিৰাপত্তাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।"লগতে পঢ়ক:সৰুপথাৰত নৃশংস হত্যাকাণ্ড, বৰজনাৰ হাতত প্ৰাণ গ'ল উৰ্মিলাৰ
Category
🗞
News
Transcript
Display full video transcript
00:28
The President of the United States of the United States of the United States of the United States of America
00:30
બહાંંસીલંતા સાતર્ણ્તાજે બહાંગબાર ભારદસીરકાર ઊહમીમીંસાજાણ્તાજે અહ્ણેષણે
Show less
Comments
Log in to post a comment
Recommended
1:54
|
Up next
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
6 weeks ago
2:00
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন
ETVBHARAT
6 weeks ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
2 months ago
3:35
বছৰৰ দ্বিতীয়টো বানত দিশসাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী
ETVBHARAT
2 months ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
2 months ago
2:26
নেতাজির হাত ধরে শুরু ! আইনি জট পেরিয়ে 108 বছরে বাগবাজারের দুর্গোৎসব
ETVBHARAT
10 minutes ago
7:11
दगडूशेठ बाप्पाच्या भक्तीची अनोखी झलक; काची परिवाराने साकारलं वृंदावन येथील प्रेम मंदिर देखावा
ETVBHARAT
10 minutes ago
2:12
मुंबईच्या कोस्टल रोडवर बीएमडब्ल्यूच्या अपघातात तीन जणांचा मृत्यू; एकाची प्रकृती चिंताजनक
ETVBHARAT
12 minutes ago
3:10
JSSC-CGL परीक्षा गड़बड़ी मामले में बाबूलाल मरांडी ने सीबीआई जांच की मांग दोहराई, अधिकारियों की भूमिका पर उठाए सवाल
ETVBHARAT
21 minutes ago
7:57
लखनऊ में ढहती इमारतों में लोगों का बसेरा; नोटिस तक ही सीमित प्रशासन की जिम्मेदारी, क्या हादसे का इंतजार?
ETVBHARAT
24 minutes ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
1:15
বৰষুণৰ পানীৰে ভৰিল চিকিৎসালয়ৰ ৰোগীৰ কক্ষ, পানীত আবদ্ধ ৰোগী
ETVBHARAT
3 months ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
3 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
3 months ago
1:58
বালিজুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত চাহ বাগিচাৰ শ্ৰমিক
ETVBHARAT
3 months ago
2:34
সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক, আৰক্ষীৰ জালত তিনি হত্যাকাৰী
ETVBHARAT
3 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
3 months ago
2:58
বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী
ETVBHARAT
3 months ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
3 months ago
2:20
পৰ্বতঝোৰাত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ, কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ !
ETVBHARAT
5 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
5 months ago
1:26
পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
ETVBHARAT
5 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
5 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
5 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
6 months ago
Comments