Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ঘৰৰ সমুখৰ পৰাই অপহৰণ কৰি নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ, তিনি অভিযুক্তক জে’ললৈ প্ৰেৰণ
12 hours ago
মৰাণ: নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণ কৰা ঘটনাই ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । ডিব্ৰুগড় জিলা মৰাণৰ ডোমৰ দলঙত মঙলবাৰে নিশা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক দুজন যুৱকে অপহৰণ কৰি নি ধৰ্ষণ কৰা ঘটনা সংঘটিত হৈছিল । ঘটনা পোহৰলৈ অহাৰ পাছতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে মৰাণ আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই তিনিজনকৈ যুৱকক আটক কৰে । মৰাণ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 140(4)/70(2)/123 আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত তিনিওকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । ধৃত যুৱক তিনিজন হৈছে মৰাণ ফটিকাছোৱা ইকৰাণীৰ সমীৰণ কোঁচ, জয়দ্বীপ কোঁচ আৰু বৰবৰুৱা চাংমাই গাঁৱৰ ৰৌণকজ্যোতি চাংমাই । উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ঘৰৰ সমুখৰ পৰাই অপহৰণ কৰি নি পথাৰৰ কাষৰ এটা পুখুৰীৰ পাৰত যৌন আতিশায্য চলায় দুজন যুৱকে । প্ৰথম অৱস্থাত বাধা প্ৰদান কৰা ছাত্ৰীগৰাকীৰ দেহত চেতনা নাশক বেজী দি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে অভিযান চলাই মৰাণৰ এটা ভাৰাঘৰৰ পৰা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত সমীৰণ কোঁচ, সমীৰণৰ জ্যেষ্ঠ ভাতৃ জয়দ্বীপ কোঁচ আৰু ৰৌণকজ্যোতি চাংমাইক আটক কৰে । জানিব পৰা মতে ঘটনা সংঘটিত কৰি জয়দ্বীপ কোঁচৰ ভাৰাঘৰত আশ্ৰয় লৈছিল কণিষ্ঠ ভাতৃ সমীৰণ কোঁচ আৰু ৰৌণকজ্যোতি চাংমাইয়ে । আৰক্ষীয়ে অভিযানৰ সময়ত ভাৰাঘৰটোৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে । পঢ়ক: যুৱতীৰ ৰহস্যজনক মৃত্যু: আৰক্ষীৰ জালত আৰু এজন
Category
🗞
News
Transcript
Display full video transcript
00:27
Thank you very much.
00:59
Thank you very much.
01:29
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
0:40
|
Up next
ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই
ETVBHARAT
6 days ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
3 weeks ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
3 weeks ago
2:24
বিটিআৰ শান্তিচুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী: জোনাইত এবছুৰ প্ৰতিবাদ
ETVBHARAT
4 weeks ago
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
4 weeks ago
2:19
Qaumi Insaaf Morcha: ਇੱਥੇ ਵਪਾਰ ਮੰਡਲ ਵਲੋਂ ਬੰਦ ਨੂੰ ਸਮਰਥਨ, 7 ਘੰਟਿਆਂ ਲਈ ਅੱਜ ਪੰਜਾਬ ਬੰਦ, ਜਾਣੋ ਹਰ ਅੱਪਡੇਟ
ETVBHARAT
21 minutes ago
2:22
Flautist Ranjan Jana Has One Wish: A Museum For His Musical Instrument Collection
ETVBHARAT
26 minutes ago
4:17
కడిగిన ముత్యంలా మార్గదర్శి - హర్షం వ్యక్తం చేస్తున్న చందాదారులు
ETVBHARAT
27 minutes ago
1:42
चंदौली में पुलिस एक्शन पर गरमाई राजनीति; सपा प्रतिनिधिमंडल ने DM को सौंपा ज्ञापन
ETVBHARAT
29 minutes ago
2:50
मुजफ्फरनगर में संत समागम; संदीप महराज को मिली महामंडलेश्वर की उपाधि
ETVBHARAT
38 minutes ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
5 weeks ago
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
5 weeks ago
2:21
২০২০ চনতে নিৰ্মাণ হ'ল কিন্তু নেঘেৰিটিঙত আজিলৈ কাৰ্যক্ষম নহ'ল স্বাস্থ্যকেন্দ্ৰ
ETVBHARAT
6 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
6 weeks ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
7 weeks ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
2 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
2 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
2 months ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
2 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
2 months ago
3:50
১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া
ETVBHARAT
3 months ago
1:18
আদালতৰ চৌহদতে অধিবক্তাক প্ৰহাৰ আচামীৰ, আহত জ্যেষ্ঠ অধিবক্তাক চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
3 months ago
2:39
বন্যহস্তীৰ উপদ্ৰৱ: ভুক্তভোগী ৰাইজে উজাগৰে পাৰ কৰিছে নিশা
ETVBHARAT
3 months ago
5:12
১০০ শতাংশ উত্তীৰ্ণৰে বৰপেটালৈ সুনাম কঢ়িয়াই আনিলে কৰ্ণেল গুৰু প্ৰসাদ দাস একাডেমীয়ে
ETVBHARAT
4 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
4 months ago
Comments