Skip to playerSkip to main content
  • 5 days ago
বৰপেটা : বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত যোশীহাটিপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণ চুৰি বেটাৰী জব্দ কৰে ।‌ আজাহাৰ উদ্দিন নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰা হৈছে এই বেটাৰীবোৰ ।  উত্তৰ প্ৰদেশৰ পঞ্জীয়ন থকা এখন ট্ৰাকত ভৰাই থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই নথিপত্ৰবিহীন বেটাৰীবোৰ জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই কয়, "আৰক্ষীয়ে ৮২৫ টা বেটাৰী চুৰি কৰিছে । ইয়াৰে অধিকাংশই হ'ল ই ৰিক্সাৰ বেটাৰী । তদুপৰি ছ'লাৰ পেনেল আৰু ঘৰুৱা ইনভাৰ্টাৰৰ কিছুসংখ্যক বেটাৰীও আছে ।‌ বেটাৰীবোৰৰ বহুখিনি ভাল অৱস্থাত আছে ।"‌আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বেটাৰীবোৰ উত্তৰ প্ৰদেশলৈ প্ৰেৰণৰ বাবে সাজু কৰা হৈছিল । আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ বাসিন্দা তথা ইউপি ৩৮ এটি ৪৭২৭ নম্বৰৰ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক সোধা-পোচাৰ বাবে আটক কৰিছে । ইয়াৰ বিপৰীতে আজাহাৰ উদ্দিনে পলায়ন কৰে ।‌  অতিৰিক্ত আৰক্ষী অধীক্ষক বৈশ্যই বৰপেটা জিলাৰ বেটাৰী চুৰি হোৱা ই-ৰিক্সাৰ চালকসকলক তেওঁলোকৰ বেটাৰী আজি জব্দ কৰাবোৰৰ মাজতে আছেনে নাই তাৰ পৰীক্ষাৰ বাবে হাউলী আৰক্ষীৰ‌ লগত যোগাযোগ কৰিবলৈও আহ্বান জনাইছে ।লগতে পঢ়ক:চোৰৰ টাৰ্গেট এইবাৰ বিজেপি কাৰ্যালয়ৰ ইনভাৰ্টাৰৰ বেটাৰী... !চাইবাৰ অপৰাধীৰ ৰম্য়ভূমিলৈ পৰ্যবসিত কলগাছিয়া; অনলাইন জুৱা, বেটিং চক্ৰৰে জড়িত যুৱকক গ্ৰেপ্তাৰ

Category

🗞
News
Transcript
00:00There was a lot of security information in the past.
00:06We had a lot of security information.
00:12There was a lot of battery in the living room.
00:19There was a lot of battery in solar panels.
00:21We have used the battery.
00:23We have loaded the battery.
00:25We have got our team.
00:31We have got the battery in the area.
00:35We have got a truck.
00:37We have got the number of UP38804717.
00:43We have got the battery in the area.
00:47They used the battery.
00:50So it was properly tested to the battery.
00:56The battery usage had coursed further.
00:59The car is at work.
01:01Canon was consume.
01:03Dray Vulasi is used to go around.
01:07We invented Rs.
01:08It was zadar and the son of Abdul.
01:39Thank you very much.
02:09Thank you very much.
02:21Thank you very much.
03:09Thank you very much.
03:26Thank you very much.
04:14Thank you very much.
Comments

Recommended