Skip to playerSkip to main content
  • 11 hours ago
যোৰহাট : বানবিধস্ত পশ্চিম যোৰহাটৰ শলমৰাত দেওবাৰে এক কৰুণ ঘটনা সংঘটিত হয় ৷ পশ্চিম যোৰহাটৰ মালৌপাম অঞ্চলৰ এগৰকী মহিলাই ডেৰবছৰীয়া সন্তানসহ ভৰা ভোগদৈত জাপ দিয়ে ৷ এই খবৰ পোৱাৰ লগতে লগতে ভোগদৈত SDRF বাহিনীৰ লগতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে ৷ বাতৰি লিখা পৰলৈকে উদ্ধাৰকাৰী দলে মহিলাগৰাকী বা শিশুটিৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী মহিলাই কয়, ‘‘পাৰিবাৰিক কন্দলৰ বাবেই মহিলাগৰাকীয়ে নিজৰ ডেৰবছৰীয়া সন্তানটিক লগত লৈ এই চৰমপন্থা বাচি লৈছে ৷ কাৰণত পূৰ্বতেও তেওঁলোকৰ ঘৰত হায়-কাজিয়া হৈ থাকে ৷ আমি স্থানীয় ৰাইজ গৈ বহুবাৰ কাজিয়া ভাঙিছিলো ।’’ লক্ষ্যণীয় যে ভোগদৈত বৰ্তমান সোঁতৰ হাৰৰ লগতে জলস্তৰ বৃদ্ধি পাই আছে ৷ সেয়েহে ভোগদৈৰ সোঁতে মহিলাগৰাকীক বহুদূৰলৈ উটুৱাই লৈ নিয়াৰ সন্দেহ কৰা হৈছে ৷লগতে পঢ়ক : বানাক্ৰান্তৰ সাহাৰ্যৰ বাবে মহানগৰীৰ ৰাজপথত গৰিমা শইকীয়া গাৰ্গসহ সুৰ বাহিনীলগতে পঢ়ক : বানপীড়িতৰ বাবে ২১ কোটি টকাৰ অনুদান নীতা আম্বানীৰ; মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ

Category

🗞
News
Transcript
00:00I live, Kwa-Kuna Mata, and my husband, my husband, and I have a friend.
00:06I live in my family, my family, and I live in my family.
00:11My husband is here.
00:12Krishna, you are here.
00:14I live in the world where I live.
00:18But I live in the world where I live, and I live in my family.
00:20I live in Kwa-Kuna Mata.
00:24I live here.
00:24I got the state of the village, but we are able to find the village.
00:31The village is once in one place.
00:36So, we have to live the village and the village of the village.
00:39The village is now in the village and they are here in the village.
00:49They are here in the village and in the village.
00:53Thank you very much.
Comments

Recommended