Skip to playerSkip to main content
  • 4 minutes ago
বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ মন্ত্রী পীযুষ হাজৰিকা  । নিৰ্বাচনত অখিল গগৈয়ে ধন ব্যয় কৰাৰ প্ৰসংগত মন্ত্রী গৰাকীয়ে কয়, "তেওঁ কিজানি কাৰোবাক ব্লেকমেইলিং কৰি ধন লৈছে । খবৰ ল'লেই হ'ল কাৰ পৰা ল'লে, ক'ৰ পৰা ল'লে আৰু কাক ব্লেকমেইলিং কৰি ল'লে । কাক মিছা কথা কৈ ল'লে ।"মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, "ইথানলৰ বিৰোধিতা কৰি অখিল গগৈয়ে কৃষকৰ পেটত লাঠ মাৰিব খুজিছে ।"অসমৰ থানাসমূহত গোচৰ পঞ্জীয়নভুক্ত বিষয়ত বিধায়ক অখিল গগৈক প্ৰত্যুত্তৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ । অখিল গগৈয়ে শপতনামাত ভুল তথ্য দিয়াৰ গুৰুতৰ অভিযোগ মন্ত্ৰী হাজৰিকাৰ । 

Category

🗞
News
Transcript
00:00foreign
00:31The Secretary of State has showed up for the Secretary of State.
00:37The Secretary of State has said that and it has been THAT we were not sure.
00:44But the Secretary of State has a very big deal with the Secretary of State.
00:51It has been curricular, a very large deal to say,
00:54For example, at the national agency the general, of the GD entry,
00:58for several years it had to go through the patrolling of the GD entry.
01:07The general entry was being asked to have a good way to get a good way to get the good
01:10way to get the good way to get the good way.
01:20The general agency was asked to put the question of the whole country and the business was asked to tell
01:23us
01:30Thank you very much.
01:54A question is, Supreme Court, High Court.gov, and RUTTO, DIVO, and RUTTO.
Comments

Recommended

ETVBHARAT
1 minute ago