Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
আমি দহ বছৰ পিছুৱাই গ'লো ! জাঁজী নদীৰ ছিগা মথাউৰিত বানাক্ৰান্তৰ বিননি
5 weeks ago
টীয়ক: টীয়কত বানৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পালেও পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই । বহু বানাক্ৰান্তই বৰ্তমানেও মথাউৰিৰ ওপৰত আৰু অস্থায়ী আশ্ৰয়স্থলীত দিন কটাবলৈ বাধ্য হৈছে ।ইফালে, বনাই ধনতুলা অঞ্চলত জাঁজী নদীৰ মথাউৰিৰ ছিগা অংশ এতিয়াও উদ্বেগৰ কাৰণ হৈ আছে । বানৰ সময়ত এই ছিগা অংশৰে জাঁজী নদীৰ পানীয়ে নৈপৰীয়া ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিলে । কৃষিভূমি, পশুধন, ঘৰুৱা আচবাব,সা-সামগ্ৰী সকলো ইতিমধ্যে বাঢ়নী পানীত জাহ গৈছে ।স্থানীয় ৰাইজে অভিযোগ মতে, জলসম্পদ বিভাগ তথা ঠিকাদাৰৰ অমনোযোগিতাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়ে চৰকাৰী দীৰ্ঘম্যাদী আঁচনিৰে আধুনিক প্ৰযুক্তিৰে এই সম্পূৰ্ণ মথাউৰিটো অতি সোনকালে মেৰামতি কৰি ৰাইজৰ জনজীৱন সুস্থিৰ কৰিবলৈ আহ্বান জনাইছে । অৱশ্যে ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা খাদ্যসামগ্ৰীৰ যোগান ধৰা হৈছে যদিও এয়া বৰ্তমান পৰ্যাপ্ত হোৱা নাই ।এজন ভুক্তভোগীয়ে কয়, "পৰহি নিশা পানী বাঢ়িছিল । আমি জলসম্পদ বিভাগৰ লগত মথাউৰিৰ ওপৰত বস্তা দিছিলো; কিন্তু বস্তা পৰ্যাপ্ত পৰিমাণৰ নাছিল বাবে আজি আমাৰ এই অৱস্থা । আমাৰ ঘৰ-দুৱাৰ, পথাৰ, গৰু-ছাগলী চব গ'ল । খাবলৈও একো নাই । কালি অৱশ্যে চৰকাৰী সাহাৰ্যৰ খাদ্য পাইছো । আমি দহ বছৰ পিছুৱাই গ'লো । চৰকাৰে আমাক চাওক,অলপ সহায় কৰক, এয়াই আমাৰ আহ্বান ।"লগতে পঢ়ক:লেকু নদীৰ তীব্র খহনীয়াই পবা বনাঞ্চললৈ কঢ়িয়াইছে ভাবুকিউজনি অসমৰ ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ বাবে লাগিব কমেও ১৫ দিনশিৱসাগৰ-যোৰহাটত বানৰ বিভীষিকা, বান পৰিস্থিতিৰে মুখামুখি হ'বলৈ সাজু বৰপেটা জিলা প্ৰশাসন
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
Show less
Comments
Log in to post a comment
Recommended
2:50
|
Up next
বানাক্ৰান্তৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
ETVBHARAT
2 weeks ago
2:23
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত বলিউডৰ অভিনেতা ৰণদ্বীপ হুদা; নিজহাতে পৰিবেশন কৰিলে খাদ্য
ETVBHARAT
3 weeks ago
2:21
চাৰিদিন ধৰি পানীৰ তলত ৰাজ্যিক চিকিৎসালয়, ৰোগীৰ হাহাকাৰ
ETVBHARAT
4 weeks ago
1:55
অসম প্ৰিমিয়াৰ লীগৰ বাবে নিৰ্বাচিত অবিনাশ ফুকন; উৎফুল্লিত পিতৃ-মাতৃ, গোলাঘাটৰ ক্ৰীড়ানুৰাগী
ETVBHARAT
5 weeks ago
1:06
বশিষ্ঠ নৈৰ বেদখলকাৰী তথ্য চক্ৰবিষয়াক সাত দিনৰ ভিতৰত দাখিলৰ নিৰ্দেশ মন্ত্ৰীৰ
ETVBHARAT
5 weeks ago
5:11
ପ୍ରଫେସରଙ୍କ ନିଆରା ପ୍ରୟାସ: କଦଳୀ ଗଣ୍ଡିରେ ଛତୁ ଚାଷ, 500 ଯୁବକଙ୍କୁ ଦେଲେଣି ମାଗଣା ତାଲିମ
ETVBHARAT
3 hours ago
0:38
Sanitation Worker Turns Into 'Doctor' At Madhya Pradesh Health Center; Video Goes Viral
ETVBHARAT
3 hours ago
1:26
5 सितंबर को CJP का फिर विरोध मार्च, सरकार पर वादा पूरा नहीं करने का लगाया आरोप
ETVBHARAT
3 hours ago
4:56
दो आतंकी लेटर, दो हमले, कश्मीरी पंडितों को सुरक्षा की चिंता, चिट्ठी में निजी जानकारी सार्वजनिक
ETVBHARAT
3 hours ago
5:13
ଜେନ-ଜିଙ୍କୁ ସାଙ୍ଗରେ ଧରି ଆଗେଇବ ବିଜେପି; Gen-zଙ୍କ ପାଇଁ ମେଗା ପ୍ଲାନ, ଓଡ଼ିଶାରେ ମଙ୍ଗ ଧରିବ ବିଜେପି ଯୁବମୋର୍ଚ୍ଚା
ETVBHARAT
3 hours ago
1:53
টীয়কত ভয়ানক অঘটনৰ পৰা ৰক্ষা, এনডিআৰএফৰ বাবে প্ৰাণৰক্ষা ৫ লোকৰ
ETVBHARAT
5 weeks ago
2:06
বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি; ছিপাঝাৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু
ETVBHARAT
5 weeks ago
1:24
নতুন ৰূপেৰে উদ্ভাসিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধিক্ষেত্ৰ
ETVBHARAT
5 weeks ago
4:24
মধুপুৰ সত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ, আশাবাদী সত্ৰাধিকাৰ
ETVBHARAT
5 weeks ago
1:00
বৰষুণৰ আশাত শিশুৱে পাতিলে ‘কল-পচলাৰ বিয়া’
ETVBHARAT
6 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
7 weeks ago
2:37
৫ জিলাৰ ১১০ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বঙাইগাঁৱত আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতা
ETVBHARAT
7 weeks ago
3:42
বটদ্ৰৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ
ETVBHARAT
7 weeks ago
6:45
শিৱসাগৰত নিৰ্মীয়মাণ প্ৰকল্পত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ; ঠিকাদৰক সকীয়নি অখিল গগৈৰ
ETVBHARAT
2 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
2 months ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
2 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
2 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
2 months ago
0:59
'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক আলোচনাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন
ETVBHARAT
2 months ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
2 months ago
Comments