Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
অগ্নিদেৱতাৰ প্ৰকোপ ! দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত সাতটাকৈ ঘৰ
3 months ago
গুৱাহাটী: গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰণে কালৰূপ ধাৰণ কৰি নিমিষতে ছাইলৈ ৰূপান্তৰিত কৰিলে সাতটাকৈ ঘৰ ৷ মহানগৰীৰ সাতগাঁও থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত থকা সোণাই মিকিৰ পথত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে ৷তথ্য অনুসৰি, পথটোৰ বাসিন্দা প্ৰবীণ ৰংপীৰ ভাৰাঘৰৰ পৰাই জুইৰ সূত্ৰপাত ঘটে । ৰংপীৰ ঘৰত ভাৰাতীয়া হিচাপে দীৰ্ঘদিনৰে পৰা বাস কৰি আহিছে ছঘৰকৈ লোকে ৷ কোনো এগৰাকী ভাৰাতীয়াৰ ঘৰত হোৱা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটে আৰু পৰৱৰ্তী সময়ত জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইৰ মাত্ৰা বৃদ্ধি পায় ৷ অঞ্চলটোৰ লোকসকলে নিজাববীয়া প্ৰচেষ্টাৰে জুই নুমুওৱাৰ চেষ্টা কৰে যদিও বিফল হয় ৷ অৱশেষত ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত এঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় ৷অতি পৰিতাপৰ কথা যে ৰাজ্যৰ ৰাজধানী চহৰখনত সংঘটিত এই জুই নিয়ন্ত্ৰণলৈ আনিবলৈ ঘটনাস্থলীত প্ৰায় এঘণ্টা পলমকৈহে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন উপস্থিত হৈছিল ৷ এই অগ্নিকাণ্ডত কেইবালাখ টকা মূল্যৰ সা-সামগ্ৰী ভস্মীভূত হয় ।লগতে পঢ়ক: আমিষ খাদ্যৰ পৰা সাত হাত দূৰৈত থকা এখন গাঁও, বিয়া-সবাহলৈ গ’লেও নিজৰ খাদ্য লগত নিয়ে গাঁওবাসীয়ে
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much.
00:37
Thank you very much.
01:14
Thank you very much.
01:30
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
2:53
|
Up next
বৰপেটাত দুটাকৈ বাল্যবিবাহৰ ঘটনা ৰোধ, দুগৰাকী নাবালিকাক উদ্ধাৰ
ETVBHARAT
1 week ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
2 weeks ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
2 weeks ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
4 weeks ago
1:26
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন নিহত, শিশুসহ আহত পাঁচ
ETVBHARAT
6 weeks ago
4:09
"खड़गे के मंच को गंगाजल से धोना आजाद भारत की सबसे घिनौनी हरकत"; देवेंद्र यादव का BJP पर बड़ा हमला
ETVBHARAT
25 minutes ago
2:07
सीएम भजनलाल ने सादुलशहर में की विकास की घोषणाएं, अनूपगढ़ में BSF के साथ लिया सीमा सुरक्षा का जायजा
ETVBHARAT
31 minutes ago
3:29
अलीगढ़ में महिला समेत पांच गिरफ्तार; छत्तीसगढ़ से किशोरियों को लाकर बेचता था गिरोह, तीन बच्चियों को मुक्त कराया
ETVBHARAT
31 minutes ago
2:12
लाल किला कार बम विस्फोट मामले में बड़ा खुलासा: UN सुरक्षा परिषद की रिपोर्ट ने अलकायदा को बताया मुख्य साजिशकर्ता
ETVBHARAT
37 minutes ago
1:50
रोटी के संदेश से शुरू हुई थी 1857 की क्रांति, अंग्रेज मानते रहे जादू-टोना और हो गया था काम
ETVBHARAT
40 minutes ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
6 weeks ago
2:18
যিকোনো মুহূৰ্তত কলগাছিয়াত চলিব বুলডজাৰ, সাজু প্ৰশাসন
ETVBHARAT
2 months ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
2 months ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
2 months ago
2:33
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী
ETVBHARAT
2 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
4 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
4 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
4 months ago
2:19
২.৩ কোটি মূল্যৰ হেৰ’ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
ETVBHARAT
4 months ago
4:25
জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন; ৫টা পশুধনৰ মৃত্য়ু
ETVBHARAT
4 months ago
2:57
মাহ-হালধিৰে গৰু গা ধুৱাই আনন্দত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
4 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
4 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
4 months ago
5:11
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
ETVBHARAT
4 months ago
Comments