Skip to playerSkip to main content
  • 4 minutes ago
সৰুপথাৰ : সমগ্ৰ দেশৰ লগতে সৰুপথাৰতো আজি উলহ-মালহ আৰু পৰম্পৰাগত ৰীতি-নীতিৰে পবিত্ৰ ষঠ পূজা উদযাপন কৰা হৈছে । দেওবাৰে অস্তগামী সূৰ্যক অৰ্ঘ প্ৰদান কৰিবলৈ সৰুপথাৰৰ নৈ ঘাটত ভক্তপ্ৰাণ ৰাইজৰ সমাগম পৰিলক্ষিত হয় । প্ৰতি বছৰৰ দৰে সৰুপথাৰ হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সমীপৰ ঘাটত ষঠ পূজা উদযাপন কৰে ৰাইজে ৷ব্ৰত, সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা ষঠ পূজাত কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰেই নহয়, বৰঞ্চ সৰুপথাৰৰ ভিন্ন ধৰ্ম আৰু ভাষা-ভাষী লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ কৰা দেখা গ'ল ৷ষঠ পূজা উদযাপন সমিতিৰ এজন বিষয়ববীয়াই কয়, "প্ৰতি বছৰৰ দৰে এইবাৰো ষঠ পূজা মহোৎসৱ উলহ-মালহেৰে আয়োজন কৰা হৈছে । আবেলি সকলোৱে ষঠ পূজাৰ ঘাটলৈ আহিছে । সূৰ্য মাৰ যোৱাৰ লগে লগে আকৌ সূৰ্য দেৱতাক নমস্কাৰ কৰি সকলো মহিলা ঘৰলৈ যাব । দুদিন ধৰি মহিলাসকলে ঘৰতে ব্ৰত পালন কৰে আৰু কাইলৈ সূৰ্য দেৱতা উদয় হ'লে এই পূজা সমাপ্ত হ'ব । তেতিয়াই ব্ৰতধাৰী মহিলাসকলে ব্ৰত ভংগ কৰিব ।"লগতে পঢ়ক:নদ-নদীৰ ঘাটে ঘাটে উছাহেৰে ষঠ পূজা উদযাপন, ৰাষ্ট্ৰপতি-মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

Category

🗞
News
Transcript
00:09હામું આખમ બાખી આરુ ધાંશી બાખી રાઈજક શત્પુજા લો હવેશા જાપણ કોરી સત્પુજા કોરી સત્પુજા
00:23આપુણાર આજી પુંધર તારી ખોઈશે આજી આજી આબેલી દરત છત્પુજા ઘાતોલે હકોલુએ આહી સે આરુ હુજજ�
00:44એહાજ ખાય નુખાકે આશે અહાં કાલી લોએ હુજ્ય દેવતાં ઉડાય હુજા હલે એ પુજાતુ હમાક્તો હવો
00:50તેત્ય બરટ ધારી મહીલા હકલે નિજાર બરટ્તુ ભંગો કરીગો આરુ આમી યાતે હકલુતી લુકે મિલી એ કે�
01:10યાઈસુ આડુ હકલુણે આમાર હા જુક ઠગે
Comments

Recommended