Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
এনডিএ মিত্ৰজোঁটৰ ভিতৰত অভিলেখ গঢ়িলে পীযুষ হাজৰীকাই
2 months ago
মৰিগাঁও: নিৰ্বাচনৰ ফলাফল ঘোষণাই ৰাজ্যৰ ৰাজনীতিত এক নতুন জোৱাৰ আনিছে । জাগীৰোড সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পীযুষ হাজৰীকাই এইবাৰ এক অভূতপূৰ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । বিজেপি নেতৃত্বাধীন অন্য সকলো প্ৰাৰ্থীক ভোটৰ ব্যৱধানত পিছ পেলাই তেওঁ অৰ্জন কৰিলে এক বিৰল কৃতিত্ব । ৯৩,৫৮৪ ভোটৰ ব্যৱধানত হাজৰীকাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী পূৰ্বৰ অসম গণ পৰিষদ চৰকাৰৰ কালৰ মীন মন্ত্ৰী, তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুবুল দাসক পৰাস্ত কৰে । এই বৃহৎসংখ্যক ভোটৰ ব্যৱধানৰ বাবে পীযুষ হাজৰীকাই এই অভিলেখ সৃষ্টি কৰে । আনহাতে বুবুল দাসে লাভ কৰে ৬১,৫৪৫ টা ভোট । পীযুষ হাজৰীকাই সৰ্বমুঠ ভোট লাভ কৰে ১,৫৫,১২৯ টা । জনপ্ৰিয়তাৰ প্ৰমাণ হিচাপে জাগীৰোড তথা মৰিগাঁও জিলাৰ সৰ্বাংগীণ উন্নয়ন আৰু সমষ্টিবাসীৰ সৈতে থকা নিবিড় সম্পৰ্কই তেওঁক এই বৃহৎ জয়ত সহায় কৰিছে বুলি চৰ্চা হৈছে । আনহাতে মিত্ৰজোঁটৰ ভিতৰত শীৰ্ষস্থানত অসমত এনডিএৰ সহযোগী দলসমূহৰ বিজয়ী প্ৰাৰ্থীসকলৰ ভিতৰত পীযুষ হাজৰীকাই সৰ্বাধিক ভোটৰ ব্যৱধানত জয়লাভ কৰি নিজৰ দক্ষতা প্ৰমাণ কৰিলে । নিৰ্বাচনৰ এই ফলাফল ঘোষণাৰ পাছতেই সমগ্ৰ জাগীৰোডতে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।লগতে পঢ়ক: দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বাবেই ৰাইজে কংগ্ৰেছক প্ৰত্যাখান কৰি এনডিএক আকৌ শাসনলৈ আনিলে: অতুল বৰাএকালৰ বৃন্দাবন একালত পৰে ছন ! পৰাজয়ৰ পিছতে মমতাৰ ঘৰৰ সমুখৰ পথৰ পৰা আতৰিল নিৰাপত্তা বাহিনী
Category
🗞
News
Transcript
Display full video transcript
00:00
Hey!
00:09
Hey!
00:11
Hey!
00:15
Hey!
00:18
Hey!
00:19
Hey!
00:20
I don't know what I'm saying.
00:50
in the back
00:52
in the back
00:52
in the back
01:17
yes
Show less
Comments
Add your comment
Recommended
3:03
|
Up next
কণীযুক্ত মাছ ধৰা-বিক্ৰীত নিষেধাজ্ঞা ধুবুৰী মীন বিভাগৰ
ETVBHARAT
1 week ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
1 week ago
1:53
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত বিশেষভাৱে সক্ষম অমৰ চাওৰাৰ সফলতা
ETVBHARAT
3 weeks ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
4 weeks ago
1:34
উত্তৰ গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, ৩ জনৰ মৃত্যু
ETVBHARAT
5 weeks ago
2:10
ఈ నగరానికి ఏమైంది? - పబ్లిక్ టాయిలెట్లు లేక బహిరంగ ప్రదేశాల్లోనే మూత్రవిసర్జన
ETVBHARAT
2 hours ago
2:17
वाराणसी में 5 मस्जिदों पर कार्रवाई, दालमंडी वाली करीमुल्ला बेग मस्जिद पर भी चला हथौड़ा
ETVBHARAT
2 hours ago
2:43
किडनी मरीजों के लिए भगवान से कम नहीं डॉक्टर हेमंत, खुद योगी आदित्यनाथ ने की थी इलाज करने की अपील
ETVBHARAT
2 hours ago
4:04
ਇੱਕ ਵਾਰ ਫਿਰ ਵਿਵਾਦਾਂ 'ਚ ਘਿਰਿਆ ਨੂਰਾਂ ਸਿਸਟਰਜ਼ ਦਾ ਪਰਿਵਾਰ, ਵਿਵਾਦਿਤ ਟਿੱਪਣੀ ਕਰਨ ਦਾ ਇਲਜ਼ਾਮ
ETVBHARAT
2 hours ago
2:08
ਮੌਨਸੂਨ ਦੀ ਪਹਿਲੀ ਬਾਰਿਸ਼: ਕਿਤੇ ਗਰਮੀ ਤੋਂ ਰਾਹਤ, ਤਾਂ ਕਿਤੇ ਬਣੀ ਲੋਕਾਂ ਲਈ ਆਫ਼ਤ, ਦੇਖੋ ਤਸਵੀਰਾਂ
ETVBHARAT
2 hours ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
6 weeks ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
2 months ago
2:31
প্ৰচণ্ড ধুমুহাত প্ৰকাণ্ড গছ আধাতে ভাঙি তচনচ কৰিলে সপোনৰ এটি ঘৰ
ETVBHARAT
2 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
2 months ago
8:28
পুৰুষ নিষিদ্ধ এখন বিহু...সেই বিহু গাভৰুৰ বাবে বিশেষ কিয় ?
ETVBHARAT
2 months ago
1:42
শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ETVBHARAT
3 months ago
7:43
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ পহিলা ব’হাগত ৰঙালী বিহু উদযাপন
ETVBHARAT
3 months ago
0:30
গৰু বিহুৰ দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাবহ ঘটনা
ETVBHARAT
3 months ago
1:24
পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ ৰকিবুল হুছেইনে
ETVBHARAT
3 months ago
1:38
৯০খনৰো অধিক আসন লাভেৰে এনডিএৰ চৰকাৰ গঠন হ'ব: কামাখ্য প্ৰসাদ তাছা
ETVBHARAT
3 months ago
3:16
বিহু নাচি, গামোচা পিন্ধাই ভোটকেন্দ্ৰলৈ পঠিয়ালে বিষয়া-কৰ্মচাৰীক
ETVBHARAT
3 months ago
4:48
নলবাৰী জিলাৰ ৬ লক্ষাধিক ভোটাৰৰ বাবে ৮২৫ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া
ETVBHARAT
3 months ago
0:34
মজিবুৰ ৰহমানে যোৱা সময়ছোৱাত সিংহৰ দৰে কাম কৰিছে: বদৰুদ্দিন আজমল
ETVBHARAT
3 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
3 months ago
4:10
বহু প্ৰতিশ্ৰুতিৰে শেষৰটো দিনত মনোনয়ন দাখিল কৰিলে জীৱন চুতীয়াই
ETVBHARAT
3 months ago
Comments