Skip to playerSkip to main content
  • 8 minutes ago
ডিব্ৰুগড়/মাজুলী : ৰাজ্যজুৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ডিব্ৰুগড় জিলাৰ মৰাণৰ কচুমাৰীৰ ৰাইজেও প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিছে । শিল্পীগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি কচুমাৰী ৰাজহুৱা খেলপথাৰত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰা হয় । গায়ন-বায়ন, আয়তীৰ উৰুলিৰ ধ্বনিৰে মাহমৰা সমষ্টিৰ বিধায়ক সূৰুজ দিহিঙীয়াই প্ৰতিমূৰ্তিটো উন্মোচন কৰে । লগে লগে সমবেত সকলোৱে 'মায়াবিনী' গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে । অনুষ্ঠানত অংশ লৈ মাহমৰাৰ বিধায়কগৰাকীয়ে কয়, "হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন এটা বছৰ আমি পাৰ কৰিলোঁ । কচুমাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ উমৈহতীয়া প্ৰচেষ্টা জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ । অসম চৰকাৰৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২৫-২৬ৰ পুঁজিৰ আমি এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলোঁ । আজি এই প্ৰতিমূৰ্তি উন্মোচন কৰিছোঁ ।"ইফালে ৰাজ্যৰ আন আন অঞ্চলৰ দৰেই মাজুলীতো একে পৰিৱেশ দেখা গৈছে । যোৱা ৬ ছেপ্টেম্বৰত শালমৰা যুৱকসকলৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰি হৈছিল । সেই প্ৰতিমূৰ্তিস্থলীতে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত ৰাইজ একত্ৰিত হৈছে আৰু জুবিন দিৱস পালন কৰিছে । জুবিন দিৱসৰ লগত সংগতি ৰাখি চাফাই অভিযান, বৃক্ষৰোপণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তৰ্ক প্ৰতিযোগিতা, মাজুলীৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্থানীয় লোকৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু জুবিন সংগীত পৰিৱেশনৰ দৰে কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই কয়, "সমগ্ৰ অসম তথা ভাৰতৰ এটা বিশেষ দিন । প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি এবছৰ হ'ল । তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আমি জুবিন দিৱসৰ আয়োজন কৰিছোঁ ।"লগতে পঢ়ক :জুবিন গাৰ্গৰ মৃত্যু গোচৰ; এবছৰৰ পিছতো অব্যাহত ন্যায়িক যুঁজ

Category

🗞
News
Transcript
00:25Oh
00:27I never met my school around the world.
00:34I didn't get to know where to go.
00:37This day I was not in mind.
00:40This day I don't know what to do.
00:43I have always been able to meet with my husband.
00:47On the way, Jubin got nervous.
00:54I had the opportunity to do this, but we took so many to help the government of Jubin.
01:01For a moment, we took the city to China.
01:04And this is a process that Jubin got a little more than a person.
01:14So, we worked in the rough summer.
01:16They were in the rough summer,
01:17North America,
01:21and we worked in the way
01:25the next generation of the people.
01:26So the they were working in the years
01:35and they have been working in pillages.
01:38They have been working in the very beginning.
01:40After this in the very first generation,
01:42a nation of rural communities,
01:43and again,
01:43we spent the whole time in the time of the nation and together,
02:00We have been doing this very well and we have been doing this very well.
02:09We have been doing this very well.
02:13The culture of the family and the food in the middle of September was about 27th September.
02:21It was a story of a party in the city and to all the tourists came to the square end.
02:26And it was really a day that was in the city of Varanjali.
02:30And the city of Varanjali are being a part of the city of Varanjali.
02:33The country with the village of Varanjali, I do not want to be surprised by the era.
02:37I have been given a few months.
02:41I've been given a huge loss for my life and I have been given to them.
02:46But I've been given a few years.
02:49I've been given a lot of money to go to a few years.
02:52I've been given a few months in the past years.
Comments

Recommended