Skip to playerSkip to main content
  • 20 minutes ago
নাজিৰা : যোৱা ১৯ জুলাইৰ প্ৰলয়ংকৰী বানে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰা পৰিয়ালৰ কাষত থিয় দিছে বহু মানৱদৰদী ব্যক্তি তথা সংস্থাসমূহ । বিশেষ দিখৌ নৈৰ বলিয়া বানে শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ অন্তৰ্গত কমলচাপৰী, বাঁহবাৰী, বামুণ পুখুৰী, গোহাঁইবাৰী, বিহুবৰ, নেপালীখুটি, মাজগাঁও, প্ৰজাবস্তিকে ধৰি শিমলুগুৰিৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰিলে । ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্ত পৰিয়াল সমূহক সহায় কৰাৰ উদ্দেশ্যে বিহুবৰলৈ আহিল আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেশ্যন টিজু চি (TZU CHI) ।  এই ফাউণ্ডেশ্যনৰ লগতে আয়ান ফাউণ্ডেশ্যন আৰু দীপলিনা ডেকা ফাউণ্ডেচনৰ উদ্যোগত দেওবাৰে নাজিৰা বিহুবৰত বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰে । প্ৰায় ১৫০০ শ পৰিয়ালক সামৰি অনুষ্ঠিত কৰা এই সাহাৰ্য বিতৰণ কাৰ্যসূচীত ফাউণ্ডেশ্যনৰ হৈ মালেয়েছিয়াৰ পৰা অহা ১৬ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । তদুপৰি ভাৰতৰ লাডাখ আৰু বিহাৰৰো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । লগতে পঢ়ক:অভিযোগকাৰীৰ বিৰুদ্ধে ওলোটাই গোচৰ অভিযুক্ত গাঁওপ্ৰধানৰ: টীয়কত দুই মেৰুত বান ক্ষতিগ্ৰস্ত-গাঁওপ্ৰধানউজনিৰ বান চৰকাৰ আৰু কিছু দল-সংগঠনৰ বাবে উৎসৱ হৈ পৰিছে: আটাছু

Category

🗞
News
Transcript
00:29Thank you very much.
00:30We are in Korea.
00:32We have our own water filter and water filter.
00:42We are using our own system.
00:46We have a protocol here.
00:48We have a foundation to create the protocol.
00:52We are using our own fitness system.
00:55Yes.
00:56Yes.
00:57Yes.
01:00Yes.
01:00Yes.
01:00Yes.
01:02Yes.
01:02Yes.
01:55Thank you very much.
02:00Thank you very much.
02:35Thank you very much.
03:05Thank you very much.
03:29Thank you very much.
Comments

Recommended