Skip to playerSkip to main content
  • 2 hours ago
যোৰহাট: সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হয় দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বান বিধ্বস্ত যোৰহাটবাসীয়েও স্বাধীনতা দিৱস পালন কৰে । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পেৰেড গ্ৰাউণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । পোন প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্দে মাতৰম পৰিৱেশন কৰা হয় ।  পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ দিশে আগবঢ়ায় লৈ যোৱাত দ্ৰুতভাৱে কাম কৰা হৈছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে । অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰি অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।লগতে পঢ়ক: ৮০ সংখ্যক স্বাধীনতা দিৱস: লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ LIVE - PM NARENDRA MODIখানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ LIVE - HIMANTA BISWA SARMA

Category

🗞
News
Transcript
00:00I
00:46We are in the land of the world.
00:48We are coming back for the world.
00:50We are coming back.
00:51We are coming back.
00:53We are coming back.
00:57And I want to know you all the best.
01:00I want to know you all the best.
01:03I want to know you all the best.
01:15whether sorry press whether choice among
01:18Say go
01:19Akhil praad whether
01:21bites are submission of
01:23So there is no
01:24A responsible
01:25No
01:26Speak with a new
01:27Why I will call it
01:30will be on file
01:32And we will
01:33tell you
01:35think about
01:36I will tell you
01:36I will tell you
01:40a little more
01:41about
01:41What's up, what's up, what's up?
Comments

Recommended