Skip to playerSkip to main content
  • 3 months ago
দক্ষিণ শালমাৰা-মানকাচৰ: শুকুৰবাৰে বিয়লি হাটশিঙিমাৰীত সংঘটিত হয় এক আচৰিত ঘটনা । এটা ম'বাইল টাৱাৰত উঠিল এজন লোক । নামিবলৈ ক'লেও ননমা, ওভতগোৰে নচা ব্যক্তিগৰাকীক লৈ চিন্তিত হৈ পৰে ৰাইজ । অৱশেষত আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ সুকলমে উদ্ধাৰ কৰে লোকজনক ।  এই সন্দৰ্ভত এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, "বিয়লি ৪.৩০ মান বজাত এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে হাটশিঙিমাৰী কলেজৰ কাষত অৱস্থিত BSNL টাৱাৰৰ ওপৰত উঠি ধেমালি আৰম্ভ কৰে পাছত স্থানীয় ৰাইজে আৰক্ষী আৰু এছডিআৰএফ বাহিনীক খবৰ দিয়ে । খবৰ লাভ কৰি আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ বহু চেষ্টাৰ ফলত লোকজনক সুকলমে উদ্ধাৰ কৰে ।"লক্ষ্যণীয় যে, মানসিকভাৱে বিকাৰগ্ৰস্ত লোকজনৰ কৰ্ম-কাণ্ডত চিন্তিত হৈ পৰিছিল স্থানীয় ৰাইজ । পাছত স্থানীয় ৰাইজৰ সহযোগত খাৰুৱা বান্ধা আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ তৎপৰতাত লোকজনক সুকলমে উদ্ধাৰ কৰা হয় ।লগতে পঢ়ক: ৪ বছৰৰ পিছত ফাদিল কাণফুলিৰ ৰহস্য; যোৰহাট আৰক্ষীৰ তদন্তলক্ষাধিক শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্বাস্থ্য বিভাগৰ

Category

🗞
News
Transcript
00:06This is a труд.
00:07I don't like the
00:08It is a matter of money.
00:11It's a matter of money.
00:12I can't afford it.
00:13I can't afford it.
00:13I can't afford it.
00:15Hey!
00:17Oh!
00:18Oh my...
00:20Oh!
00:27Oh my...
00:31Oh
00:35Oh
00:59I was very excited to have a medical care.
01:05I was able to get a job.
01:06I was able to get a job.
01:07I was able to get a job.
01:08I was able to get a job.
01:10I was able to get a job.
Comments

Recommended