Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
Follow
1 year ago
ৰঙিয়া : বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । অৱশ্যে এতিয়াও নিৰ্বাচনৰ বাবে কোনো দিন-তাৰিখ ঘোষণা কৰা হোৱা নাই । কিন্তু তাৰ মাজতে একপ্ৰকাৰ যেন নিৰ্বাচনৰ বাবে সাজু বি টি এ ডিৰ শাসনাধিষ্ঠিত ইউ পি পি এল । এই কথা প্ৰকাশ পাইছে বি টি এ ডি প্ৰধান প্ৰমোদ বড়োৰ ভাষ্যত ।সোমবাৰে বি টি এ ডি প্ৰধান প্ৰমোদ বড়োৱে কয়, "নিৰ্বাচনৰ বাবে কথা পাতিবলৈ সময় আছে । এনেইতো ডিচেম্বৰত চৰকাৰৰ টাৰ্মছটো শেষ হয় । কিন্তু ইয়াৰ আগে-পিছে কোনবা সময়ত নিৰ্বাচন যদি হয়ো তেতিয়াও আমি সাজু আছোঁ । যোৱা চাৰিটা বছৰত মূল মূল বিষয়বোৰৰ ওপৰত আমি ইতিমধ্যে কাম কৰিলোঁ । শান্তি আহিল বিটিআৰ অঞ্চলত । সকলোৱে নিৰাপত্তা পালে । এটা ভাল বাতাৱৰণ আহিল ।"তেওঁ লগতে কয়, "এইটো সময়ত যিটো নিৰ্বাচন আহিব সেইটো এটা সুস্থ পৰিৱেশত হ'ব । আগৰ সময়ত বন্দুক-বাৰুদ, অসপ ভয়-ভাবুকিত নিৰ্বাচনবিলাক হৈছিল । আজিৰ তাৰিখত গণতন্ত্ৰ শক্তিশালী হ'ল । গতিকে ভাল পৰিৱেশত নিৰ্বাচন হ'ব । সকলো ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।"লগতে পঢ়ক :কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ? সত্যৰ সন্ধানত প্ৰদেশ কংগ্ৰেছ - UMRANGSO COAL MINE TRAGEDYলগতে পঢ়ক :লক্ষ্য ’২৬ : এইবাৰ সংখ্যালঘু সমষ্টিত বিজেপিৰ চকু - 2026 ASSAM POLLS
Category
🗞
News
Transcript
Display full video transcript
00:00
I have a lot of time because of the elections.
00:04
Elections are held in December.
00:09
But if there is an election before that, I will be happy.
00:15
I have been working on this issue since the beginning of this year.
00:22
I have been working on this issue since the beginning of this year.
00:29
Elections are held in December.
00:35
But if there are elections in March, December and December,
00:40
I will be happy.
00:43
But if there is an resistant party, for example,
00:48
we will have opportunities to work with them proactively.
00:54
That is why I have been 아침,
01:27
I'm a UPPL, BJP, Metro Zone, and I'm a UPPL as well.
01:31
I can play my role as a lawyer, I believe.
01:37
On the 30th, I will be releasing a vision document.
01:43
I have said this many times before, and I will say it again today.
01:48
I will be releasing the government's vision document on the 30th,
01:53
and I will also announce what I will do in the next 5 years.
02:02
And I will announce what I will do in the next 5-6 years.
Be the first to comment
Add your comment
Recommended
1:50
|
Up next
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
9 months ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1 year ago
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
9 months ago
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1 year ago
1:03
৭০-৮০ জনীয়া বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে তিতাবৰবাসীয়ে
ETVBHARAT
4 months ago
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1 year ago
5:35
অগ্নিসংযোগেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ
ETVBHARAT
4 days ago
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1 year ago
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1 year ago
6:09
শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি
ETVBHARAT
2 months ago
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1 year ago
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
8 months ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
2 months ago
3:48
২০২৬ চনৰ আগতে অসমত বিজেপি চৰকাৰ পতন হ'ব: ৰকিবুল হুছেইন
ETVBHARAT
1 year ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1 year ago
2:22
হীম সনা শীতৰ নিশা মাজুলীত শিল বৰষুণ
ETVBHARAT
1 year ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
5 months ago
1:43
ঢেঁকীয়াপতীয়াৰ মৃতদেহ উদ্ধাৰ বুঢ়াপাহাৰ বনাঞ্চলত
ETVBHARAT
8 months ago
1:45
ষষ্ঠ সংখ্যক পক্ষী গণনাক লৈ আশাবাদী গণনাকাৰী
ETVBHARAT
1 year ago
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
9 months ago
5:07
ओस्प्रे से लेकर सारस तक, जबलपुर में मिले 213 प्रजाति के पक्षी
ETVBHARAT
1 minute ago
0:20
जयपुर में बेकाबू ऑडी कार ने 15 से ज्यादा लोगों को रौंदा, एक शख्स की मौत, हादसे का CCTV आया सामने
ETVBHARAT
3 minutes ago
1:13
मर गई इंसानियत, सिस्टम से नाराज बाप ने सड़क किनारे किया बेटी का अंतिम संस्कार
ETVBHARAT
7 minutes ago
1:01
बीजेपी के पलामू जिला अध्यक्ष बने अमित तिवारी, पर्यवेक्षकों की मौजूदगी में निर्विरोध चुने गए
ETVBHARAT
9 minutes ago
1:28
ஹெத்தையம்மன் குண்டம் திருவிழா
ETVBHARAT
15 minutes ago
Be the first to comment