Skip to playerSkip to main content
  • 3 months ago
বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনা সদনৰ বাহিৰত ছিণ্ডিকেটৰ বাবে মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি বিধায়ক অখিল গগৈয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁ কয়, "এটা কণীৰ দাম অসমত হ'ব লাগে ৫.৭৫ টকা । আমি সেয়া কিনিছো ৮.৫০ টকাৰ পৰা ১০ টকাৰ ভিতৰত । কাৰণ জয়ন্ত মল্লবৰুৱা আৰু হাগ্ৰামা মহিলাৰীয়ে শ্ৰীৰামপুৰ আৰু বক্সিৰহাট গেটত এটা এটা কণীত ৩ টকা টেক্স লয় । আগতে হিমন্ত বিশ্ব শৰ্মাই এই ঠিকাটো দিছিল পীযুষ হাজৰীকাক । এতিয়া হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্লবৰুৱা ইয়াৰ মালিক হ'ল ৷ সেয়ে জয়ন্ত মল্লবৰুৱাক গলত ধৰি আঁতৰাব লাগিব !’’

Category

🗞
News
Transcript
00:00The first thing we do is to fight in the nation.
00:04The only one we have to fight in the nation is to fight after the state.
00:10I'm trying to fight after the state.
00:13The same thing that I am trying to protect the state.
00:16This is the same.
00:18That's horrible, too.
00:31What are the potential?
00:33What are the potential?
00:38He's asking...
00:42Ah...
00:43Ah, I can'tけ...
00:51This commune is a former communist.
00:53The civil society has a system of influence and the visitors of the city into the city.
01:00The civil society has a system of influence and the citizens of the city and the citizens of the city.
01:08I am not going to work.
01:09I am not going to work.
01:10I am not going to work.
Comments

Recommended