Skip to playerSkip to main content
  • 2 minutes ago
লণ্ডনৰ দুমহলীয়া বাছৰ আৰ্হিত মাজুলীতো চলিব দুমহলীয়া বাছ । ৰাস পূৰ্ণিমাৰ পাছতেই মাজুলীত চলিব দুমহলীয়া বাছ ৷ সম্প্ৰতি জলন্ধৰত বাছখনৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ এই ঘোষণা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ ৷শেহতীয়াকৈ লণ্ডন ভ্ৰমণৰ পাছত মাজুলীত উপস্থিত হোৱা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে লণ্ডনত লাভ কৰা অভিজ্ঞতাৰ কথা সুঁৱৰি অভিভূত হৈ পৰে ৷ মাজুলীৰ পৰ্যটনক বিশ্ব মানচিত্ৰত অধিক আকৰ্ষণীয় কৰিবলৈ আৰু মাজুলীৰ পৰ্যটন খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে সত্ৰাধিকাৰগৰাকীয়ে এই অভিনৱ সংকল্প গ্ৰহণ কৰে ৷

Category

🗞
News
Transcript
00:00When I lived in London, I would be able to escape the whole town.
00:07Many people, who live in New Mexico, will have a happy life and a little distance.
00:14It will be difficult to escape the whole town.
00:20I remember I had to finish the whole town, and there was a place I had to be a happy
00:26life.
00:26So, we have been able to do this for a while, and we have been able to do this for
00:32a while.
Comments

Recommended