Skip to playerSkip to main content
  • 2 days ago
৫ জুলাইৰ পৰা গুৱাহাটীৰ উদ্যানসমূহত বন্ধ হ'ল দর্শনাৰ্থীৰ বিনামূলীয়া প্ৰৱেশ । দেওবাৰৰ পৰা গুৱাহাটীৰ বিভিন্ন উদ্যানত প্ৰৱেশ কৰিবলৈ দর্শনাৰ্থীয়ে দিবলগীয়া হৈছে ন্যূনতম ২০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত প্ৰৱেশ মাচুল । লগতে স্থিৰ কেমেৰা আৰু ভিডিঅ’ কেমেৰাৰ বাবে প্ৰতিখন উদ্যানতে দিব লাগিব ১৫০ টকাৰ পৰা ৪০০০ টকা পৰ্যন্ত মাচুল । উদ্যানসমূহত মূল্য নিৰ্ধাৰণক লৈ এতিয়া দর্শনাৰ্থীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনোবাই যদি চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন কৰিছে কোনোৱে আকৌ এই সিদ্ধান্তক পুনৰ বিবেচনাৰ বাবে চৰকাৰক আহ্বান জনাইছে।

Category

🗞
News
Transcript
00:00For instance, we will have free parkour.
00:04Everybody needs to be ready.
00:06We need to be ready for 150 rupees,
00:08father and nurse care.
00:10Everyone needs to be ready.
00:11We have access to a tax for a number of people who have given us.
00:18I think we need to be ready for money.
00:21We need to be ready for 20-50 rupees,
00:24which is understandable.
00:54It is very high, but it is very high, it is very high.
01:22Thank you very much.
01:53Thank you very much.
02:03Thank you very much.
Comments

Recommended