Skip to playerSkip to main content
  • 1 hour ago
ঢাকা (বাংলাদেশ) : আন্দামান সাগৰত ৰোহিংগীয়া শৰণাৰ্থী আৰু বাংলাদেশী নাগৰিক কঢ়িয়াই অনা এখন জাহাজ উটি যোৱাৰ ফলত শিশুসহ প্ৰায় ২৫০ জন লোক নিৰুদ্দেশ হোৱাৰ সন্দেহ কৰা হৈছে ৷ তেওঁলোকৰ সন্ধানত সম্প্ৰতি আন্দামান সাগৰত উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে ।ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত চমুকৈ ইউএনএইচচিআৰ আৰু আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাই এক যৌথ বিবৃতি প্ৰকাশ কৰি বাঙালী নৱবৰ্ষ উদযাপনৰ সময়ত সংঘটিত হোৱা এই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰে ।

Category

🗞
News
Transcript
00:00This is the three very few gadgets.
00:02First of all, the roller, which you can use the delivery of the dubbo.
00:04You can see all your name, address, number, so that you don't miss use.
00:09Even a cutter for the dubbo to open.
00:11The other one is the Ajeeb Sui Chashmai, which you can use later on the phone.
00:14You can use the same way.
00:16You can see the INS reflect on the other side.
00:18The third one is the pen, which you can create in 3D.
00:20I have made an airport case, which you can see,
00:23which you can see very much.
00:24And that's why you can see the subscribe button.
Comments

Recommended