Skip to playerSkip to main content
  • 2 days ago
কলগাছিয়াৰ টাপাজুলিত আজিও বিপদসংকুল যাতায়াতৰ মাজৰে বিদ্যালয়লৈ যাবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে । জৰাজীৰ্ণ বাঁহৰ দলঙেৰে পাৰ হওতে বোকাপানী গছকি নদীৰ ইপাৰলৈ আহি বিদ্যালয়ৰ পোছাক পিন্ধিবলগীয়া হয় শিক্ষাৰ্থীসকলে । ইফালে টাপাজুলি পথাৰ গাঁৱৰ পৰা বালিকুৰি, জনতা আদি গাঁৱলৈ যাতায়াত কৰা হাজাৰ হাজাৰ লোকেও প্ৰতিদিনে সন্মুখীন হৈছে একেই সমস্যাৰ । স্থানীয় ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি দলংখনৰ দুৰৱস্থাৰ বাবে বাৰিষা আহিলেই যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ৷

Category

🗞
News
Transcript
00:00When I was a little tired, I had a little tired.
00:05I had a little tired, and I had a lot of blood.
00:12How did this happen?
00:13I had a lot of blood.
00:18I got the blood, I had a lot of blood and blood.
00:26If we had something with先生, my child was almost at the house in sorry, he was at the and went
00:32there.
00:32In explanation of the inconvenience, we would have taken the halt.
00:35Then the judge doing hisunter, the left in place.
00:39Would you come too?
00:40Just do the same thing of ludicEnzyć process.
00:44Upd gradual application!
00:45I actually went through during the different elementary school.
00:52The first step were taken over in the school
00:55Some people come to high school and they have to go to school.
01:03We need to go to school and make a new school with a new school.
Comments

Recommended