Skip to playerSkip to main content
  • 3 minutes ago
টীয়ক : বাঢ়নী পানীয়ে পুনৰ বুৰালে টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ । নেৰানেপেৰা বৰষুণ আৰু নৈৰ জলস্তৰ বৃদ্ধিৰ ফলত টীয়কত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে । টীয়ক নৈ, পুঠি নৈ, কাকজান নৈৰ পানী ওফন্দি উঠি ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন কৰাত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে ৷ বিশেষকৈ জৰুৰী সেৱা, ব্যৱসায়-বাণিজ্য আৰু ছাত্ৰ-ছাত্ৰীৰ দৈনন্দিন যাতায়াতত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ।ইফালে পৰিস্থিতি এনে থাকিলে উজনি আৰু নামনিৰ যোগাযোগ ব্যৱস্থা যিকোনো মূহুৰ্ততে সম্পূৰ্ণ বিচ্ছিন্ন হোৱাৰ আশংকাত জনসাধাৰণৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে । এজন স্থানীয় যুৱকে, "যোৰহাট-জাঁজী চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সময়ত NHIDCL-এ পৰ্যাপ্ত পানী নিষ্কাশনৰ ব্যৱস্থা নকৰা আৰু প্ৰয়োজনীয় কালভাৰ্ট নিৰ্মাণত গুৰুত্ব নিদিয়াৰ ফলতেই এই সংকটে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে । পূৰ্বতে স্বাভাৱিকভাৱে নিষ্কাশিত হোৱা বৰষুণৰ পানী এতিয়া পথৰ দুয়োকাষে জমা হৈ ৰৈছে, যাৰ ফলত সামান্য বৰষুণতে বিস্তৃত এলেকা প্লাৱিত হৈ পৰে ।"তেওঁ লগতে কয়, আমি বহু সময় ধৰি এই সমস্যাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিলো যদিও তেওঁলোকে কোনো স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । ফলস্বৰূপে প্ৰতিবছৰে বানৰ সময়ত টীয়কবাসীয়ে একেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।"লগতে পঢ়ক : আমি কাকো এৰি অহা নাছিলোঁ: বান বিভীষিকাৰ মাজত এনডিআৰএফৰ ৩০ ঘণ্টীয়া জীৱন-মৃত্যুৰ সংগ্ৰামআমি কাকো এৰি অহা নাছিলোঁ: বান বিভীষিকাৰ মাজত এনডিআৰএফৰ ৩০ ঘণ্টীয়া জীৱন-মৃত্যুৰ সংগ্ৰামট্ৰেক্টৰত উঠি নেপালীখুঁটিত মুখ্যমন্ত্ৰী: বুজ ল'লে বানে নৰক কৰি থৈ যোৱা অঞ্চলটোৰ

Category

🗞
News
Transcript
00:02foreign
00:19foreign
00:49I don't know what to do.
00:52I was very concerned about the relationship between the two people who are the wrong age.
00:58The relationship between them is because of the relationship between them and the relationships between them and the relationship between
01:16them,
01:23foreign
01:30foreign
Comments

Recommended