Skip to playerSkip to main content
  • 23 hours ago
বঢ়মপুৰ: নগাঁও জিলাৰ কঠীয়াতলী বনাঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত কন্দলী কুঁহিয়াৰতলি কাৰ্বি গাঁৱৰ এটা বাসগৃহত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু । ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহও । জানিব পৰা মতে মহিলাগৰাকীক বাসগৃহৰ পৰা টানি আনি বন্যহস্তীয়ে গচকি-আচাৰি পেলায়  ৷ ফলত মহিলাগৰাকীৰ মৃত্যু হয় ৷ দীৰ্ঘ সময় ধৰি পথৰ ওপৰতে পৰি ৰয় মহিলাগৰাকীৰ মৃতদেহ ৷ নিহত মহিলাগৰাকী ৰূপালী ৰংপি বুলি জানিব পৰা গৈছে ৷ এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ১০ বছৰীয়া সন্তান আৰু স্বামীৰ ৷  উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই আছিল ৷ এই সম্পৰ্কত এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, "কন্দলী অঞ্চলত পোন্ধৰ-বিশ দিন ধৰি হাতীৰ উপদ্ৰৱ চলি আছে । খুব দুভাৰ্গ্যজনকভাৱে দহ বছৰীয়া সন্তানৰ মাতৃক হাতীয়ে হত্যা কৰে । এইক্ষেত্ৰত বিভাগক ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ । ঘৰত বাপেক, জীয়েক, মাক শুই আছিল । হাতী অহা গম পাই মানুহজনী পিছফাললৈ ওলাই আহোতে ঘৰৰ পৰা চোঁচৰাই নি আঁতৰত ৰাস্তাত মাৰিছে ।"লগতে পঢ়ক: Miss Grand India 2026: কোন এই মৃগাশ্ৰী বৰুৱা ? মিছ গ্ৰেণ্ড ইণ্ডিয়াত অসমৰ জীয়াৰীৰ চমকপ্ৰদ সফলতাজাগীৰোডত গৰুচোৰৰ সন্ত্ৰাস, একে নিশাতে কৰিলে গোহালি উদং - COW THIEVE

Category

🗞
News
Transcript
00:00I was flung with any other day, but it was too heavy.
00:05So I was stuck in front of my house.
00:08So I was too cold, and I was so sick.
00:14So I was stuck, and I got so much lying inside.
00:18We were in the low age, in the south.
00:18I am got to go to a low age.
00:20Probably one of those?
00:21Yeah, I am, yeah, I have to go to a low age.
00:2900 The Old Sigh
00:290
00:3100 The Old Sigh
00:3200 No i'll see you
00:3200 I'm not sure
00:3400 The Old Sigh
00:4900 The Old Sigh
00:50Then, I am very worried about those changes with the entire community.
01:00So, I recognize that the people of the district have in charge of the public.
01:03So, I was afraid of the people who came from the city and were confused about that.
01:13So, I became very aware of those issues and the people of the state,
01:21foreign
01:31foreign
Comments

Recommended