Skip to playerSkip to main content
  • 4 days ago
লখিমপুৰ : লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ৬৮ সংখ্যক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে ৷ সৃষ্টি, সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বহন কৰা ঐতিহ্যবাহী লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ প্ৰথম দিনটোত বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিৰ মূৰ্ত প্ৰকাশ ঘটে ।প্ৰথম দিনটোত বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্রাত বিভিন্ন জাতি জনগোষ্ঠীৰ সোণসেৰীয়া সংস্কৃতিৰ  প্ৰকাশ ঘটে । বিহুৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতৰ লহৰে লখিমপুৰৰ আকাশ -তাহ উজ্জীৱিত কৰি তোলে । ডঃ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতীকী উপস্থাপন, তেওঁলোকৰ গীতৰ লহৰ, অসমীয়া সমাজ জীৱনৰ লোকশিল্প, সমাজ জীৱনৰ সাংস্কৃতিক উপাদানসমূহৰ একাংশ, ধৰ্মীয় আখ্যানৰ চিত্রপট জীৱন্ত কৰি শোভাযাত্রাত প্ৰদৰ্শন কৰা হয় । ৬৮ সংখ্যক কেন্দ্রীয় ৰঙালী বিহু সন্মিলনখন অহা ২ মে’ত সামৰণি পৰিব ।বিহুৰ এগৰাকী আয়োজকে কয়, ‘‘সৃষ্টি, সম্প্ৰীতি আৰু সমন্বয়ৰ বতৰাৰে আজিৰে পৰা আৰম্ভ হৈছে লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন ৷ আনতকৈ পৃথক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন ৷ সকলো ৰাইজ ওলাই আহিছে ৷ ডঃ ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকী বৰ্ষ হিচাবে এই বিহুৰ এটা অনুষ্ঠান তেওঁৰ নামত উছৰ্গা কৰা হৈছে ৷ কেৱল ডঃ ভূপেন হাজৰিকাই  নহয়, সদস্য প্ৰয়াত জুবিন গাৰ্গৰ নামতো এক অনুষ্ঠান উছৰ্গা কৰা হৈছে ৷’’লগতে পঢ়ক : পৰম্পৰা অক্ষুণ্ণ ৰাখি ডেৰশ বছৰীয়া ৰঙালী বিহু সন্মিলনৰ কুকুৰা যুঁজ

Category

🗞
News
Transcript
00:00I can say the words of the doctor will be very helpful in my life.
00:07I'm going to look at the doctor with my doctor.
00:16My doctor will be able to get my doctor.
00:21My doctor will be able to get my doctor with my doctor.
00:51This is to say that the executive chef has a very strong stance on the work of the president.
00:54"'I have been in the works through the video çあ
01:01"'Singtle of the leaders'
01:02"'Ashum said,
01:03"'I will even have a conversion from the people
01:04"'I can't get the people
01:10"'I am not a single man?'
01:12"'I can't get the people
01:13"'I have a good time on a warrior's
01:14"'I am not in the military
01:14"'I have been in the military
01:16"'I am in the military
01:20"'I am not going to live
01:27C.C.R.
01:27C.C.R.
01:28C.C.R.
01:35C.C.R.
01:48Oh
02:09What does the job like?
02:11We have to wait for these people,
02:13and we have to wait for them.
02:14They are the guys and the people who work for themselves,
02:18and they have to wait for us for their lives.
02:23Then, we have to wait for them,
02:25and we'll talk again for them,
02:28and we'll talk again about one thing.
02:30They will tell us how much.
02:32How many people have been here for them?
02:36Despite this,
02:38This is the most important thing to know about the human beings and the human beings and the human beings
02:42and the human beings and the human beings.
03:28Thank you very much.
03:28I'm not gonna be
03:30I'm gonna be
03:32I'm gonna be
03:33I'm gonna be
Comments

Recommended