Skip to playerSkip to main content
  • 18 hours ago
মৰিগাঁও: দেশত অচিৰেই আৰম্ভ হ’বলগীয়া জাতিগত পিয়লক কেন্দ্ৰ কৰি অসমৰ খিলঞ্জীয়া তিৱা সমাজৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে । আগন্তুক জাতিগত পিয়লত তিৱা জনগোষ্ঠীৰ লোকসকলে নিজৰ পৰিচয় আৰু তথ্যসমূহ কিদৰে শুদ্ধ ৰূপত সন্নিৱিষ্ট কৰিব, তাকে লৈ জাগীৰোডত এখন গুৰুত্বপূৰ্ণ বিশেষ সভা অনুষ্ঠিত হয় ।ঐতিহাসিক তিৱা ৰাজদৰবাৰ, মধ্য অসমৰ তিৱা ৰজাসকল, পাহাৰীয়া অঞ্চলৰ তিৱা ৰজাৰ লৰ’, দলৈসকল আৰু ঐতিহাসিক জোনবিল মেলা সমিতিৰ যৌথ আহ্বানত এই সভাৰ আয়োজন কৰা হয় । পাহাৰ আৰু ভৈয়ামৰ তিৱা সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত জনগোষ্ঠীটোৰ ভৱিষ্যত পৰিচয় সুৰক্ষিত কৰাৰ স্বাৰ্থত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।সভাত সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত লোৱা হয় যে আগন্তুক জাতিগত পিয়লত প্ৰতিগৰাকী তিৱা লোকে তলত দিয়া ধৰণে নিজৰ তথ্যসমূহ পঞ্জীয়ন কৰিব:জাতি (Caste/Tribe): লালুং (তিৱা)ভাষা (Language): লালুং (তিৱা)ধৰ্ম (Religion): পিনুংলোকগণনাৰ এই সিদ্ধান্তসমূহ পাহাৰ আৰু ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী তিৱা লোকৰ মাজলৈ লৈ যোৱা আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যে সভাত এখন বিশেষ সমিতি গঠন কৰা হয় । মধ্য অসমৰ মুঠ ২১ গৰাকী তিৱা ৰজাৰ উপস্থিতিত গঠিত এই সমিতিখনৰ নাম “ট্ৰই তিৱা পিনুং আকুৰাই চমত” ৰখা হৈছে ।মুঠ ২১ জন সদস্যৰে গঠিত এই শক্তিশালী সমিতিখনে সমগ্ৰ অসমৰে তিৱা প্ৰধান অঞ্চলসমূহত সজাগতা অভিযান চলাব, যাতে লোকগণনাৰ সময়ত জনগোষ্ঠীটোৰ এজনো লোকৰ পৰিচয় ভুলকৈ লিপিবদ্ধ নহয় । তিৱা সমাজৰ অস্তিত্ব আৰু স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ অত্যন্ত সময়োপযোগী বুলি সচেতন মহলে অভিহিত কৰিছে ।লগতে পঢ়ক : চিমেন নদীত অবৈধ শিল-বালি খননৰ নিৰপেক্ষ তদন্তৰ দাবী আছুৰ

Category

🗞
News
Transcript
00:00I am proud to be my heart of the one.
00:06I will continue to follow you.
00:09And now in the process of being one or another,
00:14you will be acting as a person.
00:20I will be thinking about this tomorrow,
00:23and proclaiming this good thing.
00:29We have to present this situation.
00:30We are with each other, we have to present the situation,
00:38So, we are at need of time,
00:39which we are at need of time.
00:44We cannot allow this situation,
00:45We are always learning that people will find the sameistä things as well as they are now,
00:52as you can see they are now, they are now, they are now, they are now,
01:01and in this case, we are now, now they are now, they will find the same things as possible,
01:14and in that case, we are learning how we can find the same Steam thing as possible,
01:17I am going to talk about this committee.
01:20I am going to talk about this committee.
01:28This is a committee, a committee, a committee, and a committee.

Recommended