Skip to playerSkip to main content
  • 12 minutes ago
বৰপেটা: পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছকে আদি কৰি সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই (এম)ৰ বৰপেটা জিলা সমিতিৰ প্ৰতিবাদ ৷ সোমবাৰে বৰপেটা জিলা সদৰত এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ চিপিআই(এম)ৰ সদস্যসকলে নিজৰ নিজৰ বাইকসমূহ চহৰৰ মাজেৰে ঠেলি ঠেলি ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ৷ সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত দলৰ বহু সংখ্যক সদস্য উপস্থিত থাকে ৷ প্ৰতিবাদী সমদলটোৱে বৰপেটা চহৰৰ মুখ্য পথেৰে গৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ পাঁচদফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ ইয়াত উল্লেখ কৰা দাবীসমূহ হ’ল পেট্ৰ'ল, ডিজেল তথা পেট্ৰ'লজাত সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰা, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ কৰা আৰু চিলিণ্ডাৰৰ পৰ্যাপ্ত নিয়মীয়া যেগানৰ নিশ্চিত কৰা, খাদ্য সামগ্ৰীকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, বিদ্যুৎ মাচুল আৰু মাটিৰ খাজনা বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা আৰু কৰ্প'ৰেটৰ স্বাৰ্থবাহী আৰ্থিক নীতি পৰিহাৰ কৰা ৷ এই দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে চিপিআইএমে ।লগতে পঢ়ক: আমাৰ দলংখন ভাগি থাকিল, এতিয়া স্কুললৈ যাব পৰা নাই... ! দলং বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ আহ্বান কণমানি ভাগিনৰ

Category

🗞
News
Transcript
00:00This is the privilege of the year, Mr. Kera.
00:06We have a privilege of the honour of the people who have been in this service.
00:13We must continue to our country.
00:16It is such a privilege of the responsibility and the responsibility of the people who have become.
00:22カância ndon had tjana khaqa aqqa aqqaqqa aqqaqe kona poteqqe wakwa konao kora wacoara
00:28カ referrals kona tata arthanaity hunkat ndekha dhisa
00:32ndekha dhisa aro yi hunkat etijudhi mokkabila aqora na jaya
00:36tada khaco tata vipotj aqaqaqa arambo henbho hivathanaity vipotj aqaqaqaqaqaqaqa
00:43This is the President of the United States, and the President of the United States has been more than just
00:47in the United States.
00:49I think, if you're not aware of the President, the President of the United States has been the first-wning
01:01of the United States.
01:03I am aware that Iran is the president of the United States.
01:16Thank you very much.
01:53Thank you very much.
Comments

Recommended