Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
৭০-৮০ জনীয়া বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে তিতাবৰবাসীয়ে
ETVBHARAT
Follow
7 weeks ago
যোৰহাট: অভয়াৰণ্য, ঘন জংঘল এৰি দিনে-নিশাই জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজক আতংকিত কৰি তুলিছে এটা বৃহৎ হাতীৰ জাকে । মৰিয়নীৰ হোলোঙাপাৰস্থিত গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৭০/ ৮০ জনীয়া এটা বৃহৎ বন্যহস্তীৰ জাকে খেতিপথাৰৰ লগতে তিতাবৰৰ বিভিন্ন অঞ্চলৰ বাসগৃহ, ধানৰ ভঁৰাল আদিৰ ক্ষতিসাধন কৰি একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে ।গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়ে যদিও যথা সময়ত বন বিভাগৰ লোক হাতী খেদিবলৈ উপস্থিত নোহোৱাৰ অভিযোগ তোলে ৰাইজে । অভিযোগ মতে, হাতীয়ে ঘৰ ভাঙি যেতিয়া সকলো লণ্ড-ভণ্ড কৰি শেষ কৰি যায়, তাৰ পাছতহে উপস্থিত হয় বনবিষয়া বা বনকর্মীসকল । হাতীৰ সন্ত্ৰাসৰ বাবে নিশাটো উজাগৰে কটাবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজে ।এই সন্দৰ্ভত ভুক্তভোগীয়ে কয়, ‘‘বৃহৎ হাতীৰ জাক আমাৰ গাঁওসমূহত প্ৰৱেশ কৰি এফালৰ পৰা ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে খেতিপথাৰো নষ্ট কৰিছে ৷ ইয়াতে ক্ষান্ত নাথাকি বৃহৎ হাতীৰ জাকে মানুহক আক্ৰমণ কৰিছে ৷ শেহতীয়াকৈ হাতীৰ আক্ৰমণৰ পৰা শিশুসহ কেইবাজনো লোকৰ কথমপি প্ৰাণৰক্ষা পৰিছিল ৷ এই বিষয়সমূহ বন বিভাগৰ লোকক অৱগত কৰাৰ পিছতো তেওঁলোক সময় মতে নাহে ৷ চৰকাৰে আমাক হাতীৰ পৰা ৰক্ষা পাবলৈ টৰ্চ লাইটসহ যাৱতীয় সামগ্ৰী দিয়ক ।’’উল্লেখ্য যে, বন্যহস্তীৰ আক্ৰমণ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷লগতে পঢ়ক: কেনেকুৱা হ'ব গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প ?
Category
🗞
News
Transcript
Display full video transcript
00:00
બાબા કિતા હમાઈ ગોલ આરો હમાં પિશત મને ઇમાં ફાન ખાન કરીલું કુનું આહાન હાન હાન હાન હાન હાન હા
00:30
ભાન હઓન વાન હીતા આદાન છેળં વાનું પરલ છાન હાનઁં કરલ હાન
00:37
I wish that we could kill people.
00:42
We could kill people, but we are coming from 16 years old.
00:48
This is the place of these people.
00:53
What we are talking about here is our state government government.
00:58
That has been a falseちょっと to show on the table.
Be the first to comment
Add your comment
Recommended
1:06
|
Up next
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
6 months ago
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
10 months ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
10 months ago
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
10 months ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
2 days ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
10 months ago
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
6 months ago
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
10 months ago
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
7 months ago
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
10 months ago
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
10 months ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
3 months ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
10 months ago
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
7 months ago
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
7 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
6 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
10 months ago
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
10 months ago
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
10 months ago
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5 months ago
3:55
ವಾಯುವ್ಯ ಸಾರಿಗೆ ಸಂಸ್ಥೆಯ ವಿಶಿಷ್ಟ ಕನ್ನಡಾಭಿಮಾನ: ಬಸ್ಗಳನ್ನೇ ಕನ್ನಡ ತೇರನ್ನಾಗಿ ಸಿಂಗರಿಸಿದ ಸಂಸ್ಥೆ
ETVBHARAT
27 minutes ago
1:13
दिल्ली-NCR में सांस लेना मुश्किल! कई इलाकों में 400 पार पहुंचा AQI, जानिए बाकी इलाकों का हाल
ETVBHARAT
51 minutes ago
1:02
कांग्रेस के प्रशिक्षण शिविर राज्यसभा सांसद का तंज, बताया-प्रपंच और षड़यंत्र रचने वाला
ETVBHARAT
56 minutes ago
1:25
पलवल पुलिस ने सिर मुंडवाकर लुटेरों को भरे बाजार घुमाया, देखें वीडियो
ETVBHARAT
1 hour ago
1:32
தானியங்கி மூலம் சிப்ஸ் மட்டும் இல்ல புத்தகமும் வரும்.. பட்டதாரி பெண்ணின் புதிய முயற்சி!
ETVBHARAT
1 hour ago
Be the first to comment