Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
Like
Share
Bookmark
More
Add to Playlist
Report
ঢেঁকীয়াপতীয়াৰ মৃতদেহ উদ্ধাৰ বুঢ়াপাহাৰ বনাঞ্চলত
9 months ago
কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত উদ্ধাৰ ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ । ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বাহুবিল বনশিবিৰ এলেকাত উদ্ধাৰ হয় বাঘটোৰ মৃতদেহ। শনিবাৰেই এই বিষয়ে তথ্য় লাভ কৰিছিল যদিও ঘটনাস্থলীত দেওবাৰে পুৱাহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ-বন বিষয়া অৰুণ বিগনেশসহ চিকিৎসকৰ দল উপস্থিত হৈ বাঘটোৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে । উপ-বন বিষয়া অৰুণ বিগনেশে কয়, "প্ৰায় এবছৰীয়া মতা বাঘৰ পোৱালীটো আন বাঘৰ আক্ৰমণত মৃত্যু হৈছে । বিভাগীয় নিয়ম অনুসৰি বাঘটোক বাহুবিল বনশিবিৰৰ এলেকাত সৎকাৰ কৰা হয় ।" উল্লেখ্য় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বৰ্তমান সময়ত এশিঙীয়া গঁড়ৰ লগতে ঢেঁকীয়াপতীয়া বাঘ দৰ্শনাৰ্থীৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে । বিশেষকৈ উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘৰ দৰ্শন সুলভ ।লগতে পঢ়ক:পাকে ব্যাঘ্র প্ৰকল্পৰ সমীপত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে সংস্থাপন হ’ব ANIDER - PAKKE TIGER RESERVEঅৰুণাচলৰ পাকে ব্যাঘ্র প্ৰকল্পত বৃদ্ধি পাইছে বাঘৰ সংখ্যা - PAKKE TIGER RESERVE
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
Show less
Comments
Add your comment
Recommended
2:21
|
Up next
লোকাৰণ্য হৈ পৰিছে দক্ষিণ কামৰূপৰ শ্ৰীশ্ৰী হিন্দাল প্ৰভু মন্দিৰৰ প্ৰাংগন
ETVBHARAT
3 days ago
1:50
কাৰাঞ্জা জেটীৰ পৰা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি অভিলেখ অসম কন্যাৰ
ETVBHARAT
1 week ago
2:17
পহিলা মাঘত লোকাৰণ্য ষাঠিকুছিৰ জয়হৰি পিতাৰ থান
ETVBHARAT
5 weeks ago
5:35
অগ্নিসংযোগেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ
ETVBHARAT
6 weeks ago
6:09
শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি
ETVBHARAT
3 months ago
3:32
ગરીબોના નામે પેઢી બનાવી 182 કરોડની છેતરપિંડી, દેશવ્યાપી સાયબર કૌભાંડનો કચ્છમાં પર્દાફાશ
ETVBHARAT
37 minutes ago
2:47
21वीं सदी के मजबूत लोकतंत्र में युवाओं की बड़ी भूमिका; कानपुर में दो दिवसीय सेमिनार
ETVBHARAT
38 minutes ago
4:05
ब्राह्मण बनाम पासवान बना 'बेचारा' शब्द का विवाद, लगे आरोप पर क्या बोले LJPR विधायक राजू तिवारी
ETVBHARAT
51 minutes ago
4:19
మల్లవల్లిలో మట్టి కొరత - చర్యలు తీసుకోవాలంటున్న పారిశ్రామికవేత్తలు
ETVBHARAT
2 hours ago
1:19
एनएचएम के तहत 87 संविदा पदों पर बलौदा बाजार में होगी भर्तियां, 28 फरवरी तक आवेदन करने की तारीख
ETVBHARAT
3 hours ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
4 months ago
1:03
৭০-৮০ জনীয়া বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে তিতাবৰবাসীয়ে
ETVBHARAT
5 months ago
4:37
সুকুমাৰ মেধিক প্ৰফেচৰ অৱ প্ৰেক্টিছ সন্মান প্ৰদান
ETVBHARAT
7 months ago
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
10 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
10 months ago
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
10 months ago
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
10 months ago
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
1 year ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1 year ago
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1 year ago
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1 year ago
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1 year ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1 year ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1 year ago
3:05
নগাঁও ভোগালী বিহু উৎসৱত নাওখেল প্ৰতিযোগিতা
ETVBHARAT
1 year ago
Comments