Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
Follow
1 year ago
গুৱাহাটী: সমাগত হেঁপাহৰ ভোগালী বিহু । অসমীয়াৰ বাপতি সাহোন ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী । বিগত বৰ্ষৰ দৰে এইবেলিও মহানগৰীৰ পাথৰকোঁৱাৰী ভোগালী বিহু উদযাপন সমিতিয়ে ৭ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে ভোগালী উৎসৱ । আনহাতে ভোগালী বিহুৰ লগত সংগতি ৰাখি ইতিমধ্যে আৰম্ভ হৈছে ভোগালী মেলা । বিহুৰ বাকৰিত প্ৰতিদিনে সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ গীত-মাতৰ অনুষ্ঠানৰে জীপাল হৈ পৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ । বিহু উপলক্ষে উৎযাপন সমিতিয়ে বিহু বাকৰিত গাঁৱৰ আৰ্হিত নিৰ্মাণ কৰিছে এখন অস্থায়ী অসমীয়া গাঁও, গাঁওখনতে আছে এটা গোহালি ঘৰ, ভঁৰাল ঘৰ, ঢেঁকী শাল, নামঘৰ, এটা কুঁৱা, মাছ, বগলী, ঘৰিয়াল মেটেকাৰে ভৰি থকা পুখুৰী, বাঁহৰ দলং আদি । লগতে সু-উচ্চ মেজী, আকৰ্ষণীয় ভেলাঘৰ । আনহাতে থলুৱা তথা জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ জুতি ল'বলৈ আছে বিভিন্ন থলুৱা বিপনী । ১৪ জানুৱাৰীৰ দিনা পুৱাৰ ভাগত মেজি প্ৰজ্বলন, সৰুৱে জেষ্ঠজনৰ চৰণ চুই আশীৰ্বাদ লোৱা, পৰম্পৰাগত বিভিন্ন খেল-ধেমালি আদি অনুস্থিত হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ কৰ্মকৰ্তাই । লগতে পঢ়ক: ভোগালীৰ আগমন, ঢেঁকীৰ চেৱত কঁপিছে ধেমাজি - PREPARATION FOR BHOGALI BIHU
Category
🗞
News
Be the first to comment
Add your comment
Recommended
4:20
|
Up next
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1 year ago
1:03
৭০-৮০ জনীয়া বন্যহস্তীৰ জাকৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে তিতাবৰবাসীয়ে
ETVBHARAT
4 months ago
2:58
জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি
ETVBHARAT
1 year ago
2:37
উৰুকাৰ আগদিনা নলবাৰীৰ জে বি ফুড প্ৰডাক্টৰ এদল মহিলাই প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ লাড়ু পিঠা ।
ETVBHARAT
1 year ago
1:00
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
2 months ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
1 year ago
1:50
ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত... আপোন সুৰত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
9 months ago
6:09
শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি
ETVBHARAT
2 months ago
0:24
নুমলীগড়ত উদ্ধাৰ অৰ্ধগলিত নাহৰফুটুকী
ETVBHARAT
1 year ago
1:06
হৃদৰোগত আক্ৰান্ত হৈ পোলিং বিষয়াৰ মৃত্যু
ETVBHARAT
8 months ago
5:35
অগ্নিসংযোগেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ
ETVBHARAT
4 days ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
1 year ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
5 months ago
2:04
সামাজিক মাধ্যমত দেশদ্ৰোহী মন্তব্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে: শিক্ষামন্ত্ৰী
ETVBHARAT
9 months ago
2:22
হীম সনা শীতৰ নিশা মাজুলীত শিল বৰষুণ
ETVBHARAT
1 year ago
4:09
মা কামাখ্যাৰ আশীষ ল'লে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যই
ETVBHARAT
5 weeks ago
3:23
ধেমাজিত প্ৰৱল বৰষুণ শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
ETVBHARAT
1 year ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
9 months ago
4:37
সুকুমাৰ মেধিক প্ৰফেচৰ অৱ প্ৰেক্টিছ সন্মান প্ৰদান
ETVBHARAT
5 months ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1 year ago
1:21
खैरागढ़ में 'फैक्ट्री हटाओ गांव बचाओ' व्हाट्सएप ग्रुप में आपत्तिजनक भाषा का आरोप, BJYM ने की थाने में शिकायत
ETVBHARAT
11 minutes ago
2:11
ଶବ ସତ୍କାର ପାଇଁ ଆସିଥିଲେ ସ୍ବର୍ଗଦ୍ବାର, ନିଜେ ହୋଇଗଲେ ଶବ
ETVBHARAT
12 minutes ago
2:04
केशकाल में अतिक्रमण पर एक्शन, NH-30 पर हुए कब्जे पर चला बुलडोजर
ETVBHARAT
12 minutes ago
0:39
चंडीगढ़ की सड़कों पर दौड़ेगी इलेक्ट्रिक बसें, पर्यावरण संरक्षण के हित में यूटी प्रशासन की सराहनीय पहल
ETVBHARAT
15 minutes ago
1:07
राजस्थान दौरे पर अमित शाह, जोधपुर में BSF कैंप जाएंगे, जयपुर में पुलिस कर्मियों को सौंपेंगे नियुक्ति पत्र
ETVBHARAT
17 minutes ago
Be the first to comment