Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
সুকুমাৰ মেধিক প্ৰফেচৰ অৱ প্ৰেক্টিছ সন্মান প্ৰদান
1 year ago
মিৰ্জা : কামৰূপীয়া লোকসংস্কৃতিৰ সাধক সুকুমাৰ মেধিলৈ আগবঢ়োৱা হৈছে মণিপুৰ ইন্টাৰনেচনেল ইউনিভাৰ্ছিটিৰ 'প্ৰফেচৰ অৱ প্ৰেক্টিছ' সন্মান । দীৰ্ঘদিন ধৰি কামৰূপীয়া লোককৃষ্টি-সংস্কৃতি সাধনা আৰু প্ৰচাৰৰ সৈতে জড়িত হৈ আহিছে সুকুমাৰ মেধি । পৰম্পৰাগত ক্ৰীড়াৰ উত্তৰণৰ বাবে আগবঢ়োৱা সেৱাৰ বাবেও তেওঁ পৰিচিত ।সুকুমাৰ মেধিক ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ পৰা ২০১৫-১৬ বৰ্ষত কামৰূপীয়া লোককৃষ্টিৰ গুৰুৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে । হেৰাই যাব ধৰা বহুতো কামৰূপীয়া কৃষ্টি পোহৰলৈ আনি চৰ্চা আৰু প্ৰসাৰৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ লগতে বিভিন্ন গাঁও নামঘৰ-সত্ৰত বিগত ৪০ বছৰৰ অধিক কাল মেধিয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে । এই সন্মানে নিশ্চিতভাৱে কৰ্মময় জীৱনৰ বাটত আগবাঢ়ি যোৱাত উৎসাহ যোগাব বুলি উল্লেখ কৰি তেওঁ কয়," দক্ষিণ কামৰূপৰ পৰম্পৰাগত লোকসংস্কৃতিৰ বাবে এটা ভাল খবৰ । আমাৰ কাৰণেও সাহসৰ খবৰ ।"লগতে পঢ়ক:নটসূৰ্য ফণী শৰ্মাৰ ৫৬ সংখ্যক স্মৃতি দিৱস, এক অবলোকন - NATSURYA PHANI SHARMA
Category
🗞
News
Transcript
Display full video transcript
00:00
What's up?
00:29
Thank you very much.
00:59
Thank you very much.
01:29
Thank you very much.
02:29
Thank you very much.
02:59
Thank you very much.
Show less
Recommended
2:06
|
Up next
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
3 months ago
5:03
আইন অনুসৰি উচ্ছেদ অভিযান অব্যাহত থাকিব: ৰণজিৎ কুমাৰ দাস
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
3 months ago
9:41
ஃபைனலில் விளையாட முடியாமல் போனதை எண்ணி வருந்தினார் அபிநயா - தந்தை பேட்டி
ETVBHARAT
16 minutes ago
5:12
रायगढ़ से चाम्पा तक अमृत भारत से बने रेलवे स्टेशन का जीएम ने किया निरीक्षण, जनप्रतिनिधियों से की विकास पर चर्चा
ETVBHARAT
22 minutes ago
16:01
જુનાગઢના 'બાપુ', ગાંધી વિચારધારા અને ગાંધી પહેરવેશને બનાવી લીધો જીવનનો ભાગ
ETVBHARAT
49 minutes ago
1:56
साइबर ठगी, रंगदारी और जासूसी में फर्जी सिम का इस्तेमाल, विक्रेताओं को रखना होगा 5 साल का रिकॉर्ड
ETVBHARAT
58 minutes ago
2:18
गांधी जयंती विशेष: छत्तीसगढ़ से था गांधी जी का गहरा नाता, रायपुर के इस आश्रम में सुबह 4 करते थे प्रार्थना
ETVBHARAT
1 hour ago
2:35
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 months ago
2:20
মাজুলীৰ বনগাঁৱত 'পাৰ্থেনিয়াম' সম্পৰ্কীয় সজাগতা সভা
ETVBHARAT
4 months ago
1:34
মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি
ETVBHARAT
5 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
5 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
5 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
6 months ago
2:53
দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ডেকা-বুঢ়া সকলো মিলি নদীত গৰুক ধুৱালে গা
ETVBHARAT
6 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
6 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
6 months ago
0:52
বানেকুছিৰ ভোটকেন্দ্ৰত সপৰিয়ালে ভোটদান চন্দ্ৰমোহন পাটোৱাৰীৰ
ETVBHARAT
6 months ago
1:23
বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই
ETVBHARAT
6 months ago
4:43
গণতন্ত্ৰৰ উৎসৱত হিলদল ভাঙি আহিছে লোক
ETVBHARAT
6 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
6 months ago
1:05
প্ৰচাৰৰ অন্তিম দিনা ৰঙিয়াত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ
ETVBHARAT
6 months ago