Skip to playerSkip to main content
  • 6 months ago
শিলচৰ: নৈত সাঁতুৰি থাকোতেই পানীত ডুব গ’ল দুই বন্ধু । স্থানীয় এগৰাকী সাহসী যুৱকৰ প্ৰচেষ্টাত এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাতৰি লিখা পৰলৈকে সন্ধানহীন হৈ আছে আনজন যুৱক । এই ঘটনাটো সংঘটিত হৈছে শিলচৰ মধুৰবন্ধ অঞ্চলত ।জানিব পৰা মতে, স্থানীয় দুই বন্ধুৱে ঘৰৰ কাষতে থকা বৰাক নৈত গা ধুবলৈ গৈছিল । নৈত সাঁতুৰি থাকোতেই হঠাতে পানীত ডুব যায় দুয়ো । এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় তাহেল আহমেদ নামৰ এক যুৱকে নৈত ডুব যোৱা দুজনক উদ্ধাৰৰ বাবে চেষ্টা কৰে । যুৱকজনে ডুব যোৱা দুজনৰ ভিতৰত এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে চকুৰ পচাৰতে আনজন যুৱক নৈৰ পানীত সন্ধানহীন হৈ পৰে  ৷আনহাতে, এই ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত এছ ডি আৰ এফৰ লোক উপস্থিত হৈ সন্ধানহীন যুৱকজনক বিচাৰি আৰম্ভ কৰে অভিযান ৷ কিন্তু বাতৰি যুগুত কৰা পৰলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰিব পৰা নাই অভিযানকাৰী দলটোৱে । নৈত সন্ধানহীন হোৱা যুবকজন মধুৰবন্ধ পি এইচ ই ৰোডৰ মনু হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে ।লগতে পঢ়ক : নৈপৰীয়াৰ ত্ৰাণকৰ্তা অচ্যুত: তিনি দশকত নিৰ্মাণ কৰিছে পাঁচ সহস্ৰাধিক নাও

Category

🗞
News
Transcript
00:00My husband, I'm very proud of my son.
00:05I have a little less than each other.
00:09I'm a famous guy.
00:10I'm very proud of my wife.
00:13My wife is a flower.
00:16My wife is a flower.
00:18This flower is cold.
00:21My wife is two years old.
00:24I had to go into the village.
00:26My wife is just like this.
00:28The house is on our way to the house and our house was to live in Dubai.
00:40The house was only on our way to the house, I did take care of my house.
00:46I have a lot of books just to find out, but I will like to have like the house and work.
00:57I don't know what I'm going to do.
00:59Let's try it.
01:01Let's try it.
01:03Let's try it.
01:05Let's try it.
01:07Let's try it.
01:09Let's try it.
01:11Let's try it.
Be the first to comment
Add your comment

Recommended