Skip to playerSkip to main content
  • 31 minutes ago
বৰপেটা জিলাৰ কচুমাৰা, মাজৰচৰ, জনিয়া, বহৰি, বাঘবৰ আৰু কলগাছিয়া আদি বিভিন্ন অঞ্চলত অব্যাহত আছে খহনীয়া ৷ ব্ৰহ্মপুত্ৰ, বেঁকী আৰু জলজলী নদীৰ তীব্ৰ খহনীয়াত শ শ হেক্টৰ কৃষিভূমি আৰু কেইবাখনো শিক্ষানুষ্ঠানৰ লগতে বহু পৰিয়ালৰ ভেঁটি-মাটি নদীৰ বুকুত বিলীন হৈছে । উল্লেখ্য যে, কলগাছিয়া অঞ্চলত বিগত তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত বেঁকী নৈৰ বিধ্বংসী খহনীয়াই উটুৱাই নিলে প্ৰায় অৰ্ধশতাধিক শিক্ষানুষ্ঠান । 

Category

🗞
News
Transcript
00:00My husband is very strong.
00:02I had no idea how to kill my children.
00:07My husband is very well.
00:12We don't have a lot of school.
00:15We don't have a lot of school.
00:18We don't have a lot of school.
00:29She will not please leave the house.
00:32She will be able to feed her.
00:36It is a very bad thing.
00:39What is the handle?
00:46This is the body of the granitezi for her.
00:52I have seen a lot of her family.
01:03Thank you very much.
01:53Thank you very much.
02:02Thank you very much.
Comments

Recommended