Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
কবিতা আবৃত্তি-গ্ৰন্থ অধ্যয়নত ৰাপ থকা নিয়ৰকণাৰ লক্ষ্য অধ্যাপক হোৱাৰ
6 months ago
সৰুপথাৰ : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰুপথাৰলৈ গৌৰৱ কঢ়িয়ালে নিয়ৰকণা ঢেকিয়াল ফুকনে । সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ প্ৰণৱ ঢেকিয়াল ফুকন আৰু শিক্ষয়িত্ৰী শেৱালি গগৈৰ কন্যা নিয়ৰকণা ঢেকিয়াল ফুকনে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা সদ্যঘোষিত ফলাফলত কলা শাখাত ৯৬.২% নম্বৰেৰে উত্তীৰ্ণ হয় ।নিয়ৰকণা ঢেকিয়াল ফুকনৰ এই অভূতপূৰ্ব সাফল্য সৰুপথাৰ সমজিলাৰ বাবে নিশ্চয়কৈ অত্যন্ত আনন্দ আৰু গৌৰৱৰ বিষয় । ৯৬.২% শতাংশ নম্বৰ লাভ কৰাটো তেওঁৰ কঠোৰ অধ্যৱসায় আৰু একাগ্ৰতাৰেই ফলশ্ৰুতি । তেওঁৰ এই কৃতিত্বই কেৱল সৰুপথাৰ অঞ্চললৈকে নহয়, বৰঞ্চ সমগ্ৰ ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবেও এক প্ৰেৰণা ।ইফালে নিয়ৰকণাৰ এই অভূতপূৰ্ব সাফল্যৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ সৰুপথাৰ অঞ্চলত এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে । অঞ্চলটোৰ ৰাইজে তেওঁৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে ।আনহাতে, নিজৰ সফলতাৰ আঁৰত তেওঁৰ অভিভাৱকৰ পথ প্ৰদৰ্শন আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কঠোৰ পৰিশ্ৰমৰ কথা ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । উল্লেখ্য যে শৈশৱৰে পৰা কবিতা আবৃত্তি, গ্ৰন্থ অধ্যয়নত বিশেষ ৰুচি থকা নিয়ৰকণাই ভৱিষ্যতে এগৰাকী আদৰ্শ অধ্যাপক হোৱাৰ লক্ষ্য বান্ধি লৈছে । জ্ঞান অন্বেষণৰ প্ৰতি থকা তেওঁৰ এই ধাউতিয়ে তেওঁক লক্ষ্যপ্ৰাপ্তিত সহায় কৰিব বুলি পৰিয়ালবৰ্গই আশা প্ৰকাশ কৰিছে । নিয়ৰকণাৰ এই যাত্ৰাই অঞ্চলটোৰ অন্যান্য শিক্ষাৰ্থীসকলকো যথেষ্ট উৎসাহিত কৰি তুলিছে ।লগতে পঢ়ক :এফালে পিতৃৰ দহা, আনফালে ফলাফল : ৭৬ শতাংশ নম্বৰৰে উজলিল চয়নিকা
Category
🗞
News
Transcript
Display full video transcript
00:02
বཅલས বསུ ཁદ বསླા বསར বགલན বསར སུག ཏུག མིག སར མིག རང ན ཆག སར ཡང སར ཇུག
00:26
I'm going to talk to you about this.
01:06
Thank you very much.
01:36
Thank you very much.
02:07
Thank you very much.
02:36
Thank you very much.
Show less
Recommended
2:56
|
Up next
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত কলগাছিয়াত চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
7 weeks ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
2 months ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
2 months ago
1:42
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
2 months ago
2:11
লাহৰীঘাটত আটক ড্ৰাগছসহ সৰবৰাহকাৰী
ETVBHARAT
3 months ago
2:55
સુરેન્દ્રનગર: જ્ઞાનેશકુમારના રાજીનામાની માંગ સાથે ટાગોરબાગને જંતર-મંતર જાહેર કરી વિરોધ, કોંગ્રેસ-આપના 200 કાર્યકરોની અટકાયત
ETVBHARAT
8 minutes ago
2:47
ఏపీకి చంద్రబాబు జలభద్రత కల్పించారు : కృష్ణా డెల్టా రైతులు
ETVBHARAT
9 minutes ago
0:59
घड़साना किसान आंदोलन: श्रीगंगानगर कूच का ऐलान, हनुमान बेनीवाल के नेतृत्व में हजारों किसान रवाना
ETVBHARAT
14 minutes ago
2:39
रामलीला में बवाल, मंच पर की गई पत्थरबाजी, कई लोग घायल, हरिद्वार की घटना
ETVBHARAT
18 minutes ago
0:58
मथुरा में फर्जी सीबीआई अधिकारी गिरफ्तार; युवक को झूठे केस में जेल भेजने की दी धमकी, पुलिस गिरफ्त में छह आरोपी
ETVBHARAT
20 minutes ago
2:25
বাল্য বিবাহ-বহু বিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে : নাৰায়ণ ডেকা
ETVBHARAT
3 months ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
3 months ago
3:47
বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ
ETVBHARAT
3 months ago
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
3 months ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
3 months ago
1:45
মাজুলীত বন্যহস্তীৰ বিশাল জাকৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ
ETVBHARAT
3 months ago
1:00
মৰাণৰ চেপন শ'লগুৰিত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু
ETVBHARAT
3 months ago
2:21
জোনাইৰ শুকান নলাৰ খহনীয়াৰ কালৰূপ: নৈত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
3 months ago
2:27
সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
4 months ago
3:04
আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই
ETVBHARAT
4 months ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
4 months ago
6:44
কংগ্ৰেছতেই থাকিব দেৱব্ৰত শইকীয়া: স্থিতি স্পষ্ট কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে
ETVBHARAT
5 months ago