Skip to playerSkip to main content
  • 2 weeks ago
জোনাই : ১ জুলাইৰ পৰা তিনিদিনীয়া বৰ্ণাঢ‍্য কাৰ্যসূচীৰে জোনাই সমজিলাৰ মূৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ চৌহদত অনুষ্ঠিত হ’ব মিচিং জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাং চমুকৈ টিএমপিকেৰ ১৭ সংখ‍্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন ৷ বৃহস্পতিবাৰে টিএমপিকেৰ সভাপতি তিলক দলেয়ে এই কথা জানিবলৈ দিয়ে ৷২১ জুনত অভ‍্যৰ্থনা সমিতি গঠনৰ বাবে ৰাজহুৱা সভাৰ লগতে অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ লগতে অভ‍্যৰ্থনা সমিতি গঠন কৰিব ৷ অধিৱেশনত মিচিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীলৈ উন্নীতকৰণৰ প্ৰস্তাৱ আগবঢ়াই নিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে মধ‍্যস্থতাকাৰী নিযুক্তি দিয়া বিষয়ে অধিৱেশনত আলোচনাৰ বিষয় হ'ব বুলি দলেয়ে উল্লেখ কৰে ৷তেওঁ লগতে কয়,"মিচিং জাতিক বুজাবলৈ ভাৰতৰ সংবিধানত লিপিবদ্ধ ‘মিৰি’ৰ ঠাইত ‘মিচিং’ শব্দ সংযোজন কৰা, ভূমি পট্টা প্ৰদান কৰা, লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপন সম্পূৰ্ণ কৰা আৰু ৰাজ‍্য চৰকাৰে ২০০ খন মিচিং মাধ‍্যমৰ প্ৰাথমিক বিদ‍্যালয়ত মিচিং ভাষা শিক্ষক নিযুক্তি দিয়া আদি অমীমাংসিত বিষয়বোৰ ওপৰত অধিৱেশনত বিশদভাৱে আলোচনা কৰা হ’ব ৷"

Category

🗞
News
Transcript
00:00Oha July mahat, 1-2-3-2 July tarikh ayyami kutoro tham
00:06taka misi ng porin kabangar hadan odibekhan ku ni yami
00:10Junai kristi bhoonar prangbhanat unistitokara hit dhanda kur isu
00:14apna lukar zori yote ayyami okhomo raizok obogato kuribwa visar isu
00:19jay 2019 ar pasod, ngane hudirgo utharabosor pasod amal junaiot
00:26aku TMPK hadan odibekhan yote unistitokara hit dhanda kur isu
00:31apna amal ji TMPK MMK Mimakabangar koruk komitir
00:35amal ji hokol murabbiya se tekhera kolok kami
00:38TMPK kendri homitir toropa dohinabat jona isu
00:41aru Junai jila homitir prahu dohinabat jona isu
00:44jay eta hudirgo dirigo dinar pasod utharabosor pasod
00:49aku junaiot utharatom jitu amal hadan odibekhan obo
00:53ase oanudistitokara hit dham tu guohan kara, Immediately 1 board en kari
00:57onto hongbid이라는 notari 1960 aritik niti yu nujiai amal
01:00amal deurishen paroh isu aru hii parohua ar kanne amal diduiyima paroh isu kane tape
01:10I have a lot of money that comes from the public.
01:17In the last few years, we have a lot of money that comes from the public.
01:25We have a lot of money that comes from the public and the public.
02:02Thank you very much.
02:13Thank you very much.
Comments

Recommended